Chapter 13
শব্দ
১। আমি প্ৰত্যেক দিনাই বিভিন্ন উৎসৰ পৰা বিভিন্ন কি শুণিবলৈ পাঁও?
1) শব্দ
2) ৰেডিঅ’
3) চৰাই-চিৰিকটি ৰ শব্দ
Ans: শব্দ
২। কিহে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা সহায় কৰে?
1) ৰেডিঅ’ই
2) শব্দই
3) চৰাইয়ে।
Ans: শব্দই
৩। কি বস্তু কঁপিলে শব্দৰ সৃষ্টি হ’য়?
1) বিভিন্ন।
2) গছ-গছনি।
3) ওপৰৰ গোটেই কেইটা।
Ans: বিভিন্ন।
৪। শব্দৰ কি কি কৰিব পাৰি?
1) কাৰ্য।
2) কাম।
3) গতি।
Ans: কাৰ্য।
৫। চেতাৰ-ভায়’লিনৰ তাঁৰ টানিলে কঁপনি উঠে।
1) হ’য়
2) নহ’য়।
3) কেতিয়াবা উঠে আৰু কেতিয়াবা নুঠে।
Ans: হ’য়
৬। সাধাৰণতে শব্দই কম শক্তি কঢ়িয়ায়।
1) শুদ্ধ।
2) অশুদ্ধ
3) ওপৰৰ গোটেই কেইটা।
Ans: শুদ্ধ।
৭। শব্দৰ বেগ আছেনে।
1)আছে।
2) নাই।
3) ওপৰৰ এটাও নহয়
Ans: আছে।
৮। 60 ছেকেণ্ডত বস্তুটোৰ কম্পনৰ সংখ্যা কিমান?
1) 200 বাৰ
2) 400 বাৰ
3) 600 বাৰ
Ans: 600 বাৰ
৯। কিমান হাৰ্টজতকৈ কম কম্পনাংশকৰ শব্দক অৱশ্ৰাব্য বা অৱশব্দ বোলে?
1) ২০ হাৰ্টজতকৈ।
2) ৩০ হাৰ্টজতকৈ।
3) ৪০ হাৰ্টজতকৈ।
Ans: ২০ হাৰ্টজতকৈ।
১০। কিমান হাৰ্টজতকৈ কম সম্পানাংকৰ শব্দ মানুহে নুশুণে?
1) ২০ হাৰ্টজতকৈ।
2) ৩০ হাৰ্টজতকৈ।
3) ৪০ হাৰ্টজতকৈ।
Ans: ২০ হাৰ্টজতকৈ।
১১। পুৰুষৰ স্বৰতন্ত্ৰী প্ৰায় কিমান মিঃমিঃ দীঘল?
1) ২০ মিঃমিঃ।
2) ৩০ মিঃমিঃ।
3) ৫০ মিঃমিঃ।
Ans: ২০ মিঃমিঃ।
১২। কম্পনাংকৰ একক হাৰ্টজ।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।
১৩। কম্পনৰ বিস্তাৰ কি হ’লে শব্দ ডাঙৰ হ’য়?
1) ডাঙৰ।
2) স্বৰকক্ষ।
3) হাৰ্টজ।
Ans: ডাঙৰ।
১৪। কিমান হাৰ্টজতকৈ বেছি কম্পনামকৰ শব্দক কি বোলে?
1) 20,000 হাৰ্টতজতকৈ।
2) 30,000 হাৰ্টতজতকৈ।
3) 60,000 হাৰ্টতজতকৈ।
Ans: 20,000 হাৰ্টতজতকৈ।
১৫। শব্দ প্ৰদৃষণে মানুহৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৃষ্টি কৰে।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।