Chapter 10
কৈশোৰপ্ৰাপ্তি
১। জন্মৰ দিনাৰ পৰাই কিহৰ বৃদ্ধি হ’য়।
1) মানুহৰ।
2) উদ্ভিদৰ।
3) প্ৰাণীৰ।
Ans: মানুহৰ।
২। কিহৰ অক্ষত উচ্চতা বৃদ্ধিৰ শতাংশ লোৱা হ’য়?
1) X আৰু Y
2) X আৰু Z
3) X আৰু Z
Ans: X আৰু Y
৩। কিহে তেজ গঠন কৰে?
1) তামে।
2) লোৱে।
3) ওপৰৰ এটাও নহয়।
Ans: লোৱে।
৪। কি খৰতকীয়া বৃদ্ধি আৰু বিকাশ এটা দশা?
1) সুসম আহাৰ।
2) লঘু আহাৰ।
3) কৈশোৰপ্ৰাপ্তি
Ans: কৈশোৰপ্ৰাপ্তি
৫। কি নামৰ এবিধ মাৰাত্মক ভাইৰাছৰ দ্বাৰা সৃষ্টি কৰে?
1) AIDS.
2) HIV.
3) ওপৰৰ এটাও নহয়।
Ans: HIV.
৬। কৌশোৰপ্ৰাপ্তিত ল’ৰা-ছোৱালী কিহৰ সহায়ত ডাঙৰ হ’য়?
1) হৰম’ন।
2) টেষ্ট’ষ্টেৰন।
3) এষ্ট্ৰ’জেন।
Ans: এষ্ট্ৰ’জেন।
৭। কিমান দিনৰ ভিতৰত এটা ডিম্বানুৰ পৰা পৰিপক্ব হৈ এটা ডিম্বাশয়ৰ পৰা এলাই আহে?
1) ১৮-২০
2) ২৮-৩০
3) ২৮-৪০
Ans: ২৮-৩০