Chapter 15
আমাৰ সম্পদ
১। অসমৰ কাজিৰঙা কিহৰ বাবে বিখ্য়াত?
1) সিংহৰ
2) এখড়গীয়া গঁড়ৰ
3) হৰিণৰ
Ans: এখড়গীয়া গঁড়ৰ
২। অসমৰ বনাঞ্চল কিহৰ বাবে বিখ্য়াত?
1) হৰিণৰ
2) গছ-গছনিৰ
3) জীৱ-জন্তু আৰু চৰাইৰ
Ans: জীৱ-জন্তু আৰু চৰাইৰ
৩। এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য় অটুট ৰাখিবলৈ মুঠ মাটিকালিৰ ন্য়ূনতম কিমান শতাংশ সেউজ আচ্ছাদনৰ প্ৰয়োজন?
1) ৩৩ শতাংশ
2) ৩২ শতাংশ
3) ২২ শতাংশ
Ans: ৩৩ শতাংশ
৪। ভাৰতৰ প্ৰধান খনিজাত সম্পদ?
1) চূণশিল
2) খাৰুৱা তেল
3) কয়লা
Ans: কয়লা
৫। কিহৰ পৰা বিদ্য়ুৎ শক্তিও উৎপাদন কৰিব পাৰি?
1) কয়লা
2) ইউৰেনিয়াম
3) মেংগানিজ
Ans: কয়লা
৬। দেশৰ ভিতৰতে আটাইতকৈ বেছি ধান উৎপাদন কত হয়?
1) অৰুণাচল প্ৰদেশ
2) উত্তৰ প্ৰদেশ
3) অন্ধ্ৰ প্ৰদেশ
Ans: অন্ধ্ৰ প্ৰদেশ
৭। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি কুঁহিয়াৰ কত উৎপাদন হয়?
1) উত্তৰ প্ৰদেশ
2) অন্ধ্ৰ প্ৰদেশ
3) মধ্য় প্ৰদেশ
Ans: উত্তৰ প্ৰদেশ
৮। প্ৰাকৃতিক সম্পদ প্ৰধানকৈ কেই প্ৰকাৰৰ?
1) ৩ প্ৰকাৰৰ
2) ৪ প্ৰকাৰৰ
3) ৬ প্ৰকাৰৰ
Ans: ৪ প্ৰকাৰৰ
৯। ভাৰতৰ মাটিক কেই ভাগত ভাগ কৰা হৈছে?
1) ২ ভাগত
2) ৩ ভাগত
3) ৪ ভাগত
Ans: ৪ ভাগত
১০। অসমক কিয় পনীয়া সোণৰ ৰাজ্য় বুলি কোৱা হয়?
1) খাৰুৱা তেলৰ
2) কয়লাৰ
3) লোৰ
Ans: খাৰুৱা তেলৰ