Chapter 11
পোহৰ আৰু আন্ধাৰ
(১) টমাছ আলভা এডিছন নামৰ বিজ্ঞানীগৰাকীয়ে কিমান চনত পোহৰ পাব পৰা বাল্ব সাজি উলিৱায়?
1) ১৮৭৭ চনত
2) ১৮৭৮ চনত
3) ১৮৭৯ চনত
Ans: ১৮৭৯ চনত
(২) বাল্বৰ পৰা পোৱা পোহৰ প্ৰাকৃতিক পোহৰ নহয়?
1) শুদ্ধ
2) অশুদ্ধ
3) এটাও নহয়
Ans: শুদ্ধ
(৩) আন্ধাৰ আমাৰ বাবে দৰকাৰী?
1) শুদ্ধ
2) অশুদ্ধ
3) এটাও নহয়
Ans: শুদ্ধ
(৪) পোহৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰক কি বোলে?
1) ছ’নাৰ
2) ফ’টন
3) এটাও নহয়
Ans: ফ’টন
(৫) উদ্ভিদে সূৰ্যৰ পোহৰত কি গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে?
1) নাইট্ৰ’জেন
2) অক্সিজেন
3) কাৰ্বন-ডাই-অক্সাইড
Ans: কাৰ্বন-ডাই-অক্সাইড
(৬) চন্দ্ৰৰ নিজা পোহৰ আৰু তাপ নাই?
1) শুদ্ধ
2) অশুদ্ধ
3) এটাও নহয়
Ans: শুদ্ধ
(৭) যিবোৰ বস্তুৰ পৰা আমি পোহৰ পাওঁ সেইবোৰক কি বোলে?
1) পোহৰৰ প্ৰতিফলন
2) পোহৰৰ উৎস
3) এটাও নহয়
Ans: পোহৰৰ উৎস
(৮) কোন দিনাৰ নিশা পোহৰ আটাইতকৈ বেছি হয়?
1) অমাৱস্যাৰ দিনা
2) পূৰ্ণিমাৰ দিনা
3) এটাও নহয়
Ans: পূৰ্ণিমাৰ দিনা
(৯) আন্ধাৰেও আমাক সহায় কৰে?
1) শুদ্ধ
2) অশুদ্ধ
3) এটাও নহয়
Ans: শুদ্ধ
(১০) দিনত আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ?
1) শুদ্ধ
2) অশুদ্ধ
3) এটাও নহয়
Ans:অশুদ্ধ