Chapter 9
আমাৰ ৰীতি-নীতি আৰু সাজ-পাৰ
১) মানুহ কি প্ৰাণী ?
ক) সামাজিক প্ৰাণী
খ) স্তন্যপায়ী প্ৰাণী
গ) বিলুপ্ত প্ৰাণী
ঘ) উভচৰ প্ৰাণী
Ans- ক) সামাজিক প্ৰাণী
২) মানুহে কি পাতি বাস কৰে ?
ক) সমাজ পাতি বাস কৰে
খ) গোট বান্ধি বাস কৰে
গ) জুম বান্ধি বাস কৰে
ঘ) ওপৰৰ এটাও নহয়
Ans- ক) সমাজ পাতি বাস কৰে
৩) পৰম্পৰাগতভাৱে যি নিয়ম চলা হৈছে সেয়ে আমাৰ কি ?
ক) আচাৰ – ব্যবহৰ
খ) আচাৰ – আচৰন
গ) ৰীতি-নীতি
ঘ) ওপৰৰ এটাও নহয়
Ans- গ) ৰীতি-নীতি
৪) কাতি বিহুত পথাৰত কি কৰিব লাগে ?
ক) ধান পেলাৱ লাগে
খ) চাকি – বন্তি জ্ৱলাৱ লাগে
গ) মেজি জ্বলাৱ লাগে
ঘ) ওপৰৰ এটাও নহয়
Ans- খ) চাকি – বন্তি জ্ৱলাৱ লাগে
৫) মাঘৰ বিহুত কি কৰা হয় ?
ক) চাকি – বন্তি জ্বলোৱা হয়
খ) হুচৰি গোৱা হয়
গ) নাম গোৱা হয়
ঘ) মেজি জ্বলোৱা হয়
Ans- ঘ) মেজি জ্বলোৱা হয়
৬) বহাগ বিহুত কি কৰা হয় ?
ক) নাম গোৱা হয়
খ) গৰুক গা ধুৱাই
গ) মেজি জুলোৱা হয়
ঘ) চাকি – বন্তি জ্বলোৱা হয়
Ans- খ) গৰুক গা ধুৱাই
৭) বড়ো মহিলাসকলে কি কাপোৰ পৰিধান কৰে ?
ক) চাদৰ – মেখেলা
খ) দখনা
গ) ৰিফান কান্দুং
ঘ) এগে – গাছৰ পিন্ধে
Ans- খ) দখনা
৮) ৰাভা মহিলা সকলে কি কাপোৰ পৰিধান কৰে ?
ক) ৰিগু ৰিজামম্ফাই পিন্ধে
খ) দখনা পিন্ধে
গ) ৰিফান কান্দুং পিন্ধে
ঘ) চাদৰ – মেখেলা পিন্ধে
Ans- গ) ৰিফান কান্দুং পিন্ধে
9) সমাজ পাতি থাকিবৰ কাৰণে আমাক কিহৰ প্ৰযোজন হয়?
ক) কাজিয়াৰ প্ৰয়োজন
খ) শৃংখলাৰ প্ৰয়োজন
গ) প্ৰাৰ্থনা প্ৰয়োজন
ঘ) ওপৰৰ এটাও নহয়
Ans- খ) শৃংখলাৰ প্ৰয়োজন
১০) পাছলৈ লাজ ঢাকিবলৈ কি পৰিধান কৰিছিল ?
ক) কাপোৰ
খ) গছৰ বাকলি
গ) কাৰ্পেট
ঘ) ওপৰৰ এটাও নহয়
Ans- খ) গছৰ বাকলি