Chapter 2
পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা
A. অতি চমু প্রশ্নাবলীঃমূল্যাংক :
11.শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(a) সমগ্র ভূপৃষ্ঠত স্থলভাগৰ পৰিমাণ- [HSLC’10]
(i) 71%
(ii) 39%
(iii) 19%
(ii) 29%
b) তলৰ কোনটো অঞ্চলত চিৰসেউজীয়া অৰণ্য পোৱা যায়— [HSLC’11]
(i) তুন্দ্রা অঞ্চল
(ii) ভূমধ্যসাগরীয় অঞ্চল
(iii) মৰুভূমি অঞ্চল
(iv) বিষুৱীয় অঞ্চল
(c) চিৰসেউজীয়া অৰণ্য থকা অঞ্চলটো হ’ল- [HSLC’13]
(i) ভূমধ্যসাগৰীয় অঞ্চল
(ii) মৰু অঞ্চল
(iii) নিৰক্ষীয় অঞ্চল
(iv) মেৰু অঞ্চল
(d) বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ অনুপাত হ’ল— [HSLC’14]
(i) 0.035%
(ii) 0.350%
(iii) 0.0035%
(iv) 3.035%
(e) পৃথিৱীৰ মুঠ জীৱ প্ৰজাতিৰ (উদ্ভিদ আৰু প্ৰাণী) নিৰক্ষীয় বনাঞ্চলত থকা খিনিৰ অনুপাত হ’ল- [HSLC 15 ]
(i) 10%
(ii) 33%
(iii) 50%
(iv) 75%
(d) বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান দূৰ বিয়পি আছে – [HSLC’16]
(i) 380 কি.মি.
(ii) 480 কি.মি.
(iii) 640 কি.মি.
(iv) 580 কি.মি.
(g) পৃথিৱীৰ ভূপৃষ্ঠৰ মাটি আৱৰি আছে— [HSLC ’16]
(i) 149 নিযুত বর্গ কি.মি.
(ii) 249 নিযুত বর্গ কি.মি.
(iii) 491 নিযুত বর্গ কি.মি.
(iv) 914 নিযুত বর্গ কি.মি.
(h) বর্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ পৰিবেশিক সমস্যাটো হৈছে— [HSLC’17]
(i) নিৰ্বণীকৰণ
(ii) বন জুই
(iii) আগ্নেয় উদ্গীৰণ
(iv) গোলকীয় উত্তাপ বৃদ্ধি
(i) ১৮০০ চনত বিশ্বৰ আনুমানিক জনসংখ্যা আছিল [HSLC’18]
(i) ১০০ কোটি
(ii) ১২০ কোটি
(iii) ২০০ কোটি
(iv) ২৫০ কোটি
(i) তলৰ দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয় ? [HSLC’19]
(i) কার্বন ডাই অক্সাইড
(ii) ছালফাৰ ডাই অক্সাইড
(iii) মিথেন
(iv) নাইট্ৰাছ অক্সাইড
(k) তলৰ কোনটো সেইজগৃহ গেছ? [HSLC 20] |
(i) অ’জন
(ii) ছালফাৰ ডাইঅক্সাইড
(iii) নাথ জেন ডাইঅক্সাইড
(iv) জলীয় বাষ্প
2. বায়ুমণ্ডলৰ কিমান উচ্চতালৈ জীৱ পাব পাৰি? [HSLC 10] |
3.পৰিৱেশৰ অজৈৱ উপাদান এটা উল্লেখ কৰা [ HSLC’10]
4. পৰিৱেশৰ সংজ্ঞা দিয়া। – [HSLC ’11]
5. পৃথিৱীৰ কোনটো প্রাকৃতিক অঞ্চলত চিৰসেউজীয়া অৰণ্য পোৱা যায় ? [HSLC ’12]
| 6. জীৱাশ্ম ইন্ধন কি? [HSLC 13] [
7. সেউজগৃহ গেছ কি ? [HSLC’14] |
8. বায়ু প্ৰদূষণৰ এটা কাৰণ উল্লেখ কৰা । [HSLC’15]
9. বর্তমানে পৃথিবীয়ে সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ পৰিবেশিক সমস্যাটো কি [HSLC’16]
10. পৰিবেশ ভূগোলৰ সংজ্ঞা লিখা [HSLC’17]
11. ‘জীবমণ্ডল’ কি? [HSLC’18]
12. জীৱাশ্ম ইন্ধনৰ এটি উদাহৰণ দিয়া [HSLC 20]
B. চমু প্রশ্নাবলী : মূল্যাংক : 2/3
1. পৰিৱেশ বুলিলে কি বুজা ? [HSLC’10]
2. পৰিবেশ ভূগোলৰ সংজ্ঞা দিয়া। [HSLC ’10]
3. পৰিৱেশ-ভূগোলৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা । [HSLC’10]
4. পৰিৱেশৰ তিনিবিধ প্রধান মানৱসৃষ্ট উপাদান উল্লেখ কৰা । [HSLC’10]
5. পৰিৱেশত সৌৰশক্তি ভূমিকা সম্বন্ধে চমুকৈ লিখা । [HSLC 10]
6. নিৰ্বননীকৰণ বা বননি ধ্বংসৰ তিনিটা কুফল উল্লেখ কৰা। [HSLC’10]
7. বায়ু প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা । |
8. মৌচুমী অঞ্চলৰ দুবিধ প্ৰধান শস্যৰ নাম লিখা । [HSLC ’11]
19. বায়ু প্রদূষণৰ তিনিটা প্ৰভাৱ উল্লেখ কৰা । [HSLC ’12] |
10. পৃথিৱীৰ তিনিটা ঘাঁহনি অঞ্চলৰ নাম লিখা। [HSLC’13] [
11. এছিড বৰষুণ সৃষ্টি কৰা দুটা গেছৰ নাম 12. “সেউজ গৃহ প্ৰভাৱ” কি? লিখা । [ HSLC’14] |
13. পৰিবেশৰ দুই প্ৰকাৰৰ উপাদান কি কি? [HSLC’16]
14. বায়ু প্ৰদূষণৰ দুটা প্ৰাকৃতিক কাৰণ লিখা HSLC 17]
15. পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা ৷ [HSLC ’18]
16. ভূমধ্যসাগৰীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা । [HSLC’19]
17. মানবগোষ্ঠীয়ে সন্মুখীন হোৱা তিনিটা পৰিৱেশিক সমস্যা উল্লে কৰা । [HSLC’19]
18. জল প্ৰদূষণ কি? নদীৰ জল প্ৰদূষণ ৰোধ কৰিবলৈ দুটা উপায় পৰামৰ্শ দিয়া ।
[HSLC’19]
19. বায়ু প্ৰদূষণ মানে কি বুজা ? [HSLC 20]
20. বিশ্বায়নৰ দুটা প্রধান প্রভাৱ উল্লেখ কৰা [HSLC 20]
21. অৰণ্য ধ্বংসৰ ফলত উদ্ভৱ হোৱা যিকোনো তিনিটা | পাৰিৱেশিক সমস্যা উল্লেখ কৰা [HSLC 20]
C. ৰচনাধর্মী প্রশ্নাবলী : মূল্যাংক : 4/5/6
1. পৃথিৱীৰ জীৱমণ্ডলৰ বিস্তৃতি দাঙি ধৰা [HSLC ’10]
2. পৰিৱেশৰ উপাদানসমূহক শ্রেণী বিভক্ত কৰা । [ HSLC’10]
3. গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণবোৰ উল্লেখ কৰা ।[ HSLC’10] |
4. পৰিৱেশৰ সমস্যা বুলিলে কি বুজা? ভূমি প্ৰদূষণৰ কাৰণ আৰু ফলাফল সম্বন্ধে আলোচনা কৰা । [HSLC’10] 5. বননি ধ্বংসৰ ফলাফলবোৰ ব্যাখ্যা কৰা । [HSLC’11]
6. গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ ব্যাখ্যা কৰা । [HSLC’11]
17. নিবনীকৰণৰ কাৰণবোৰ চমুকৈ ব্যাখ্যা কৰা। [HSLC’12] |
18. ‘পৰিৱেশ’শব্দটিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ দুটা মৌলিক উপাদান | উল্লেখ কৰা [HSLC’13]
19. পানী প্ৰদূষণ কি ? পানী প্ৰদূষণৰ তিনিটা কাৰণ উল্লেখ কৰা । [HSLC’13]
10. জীৱমণ্ডল কি? ইয়াৰ মৌলিক উপাদানবোৰ কি কি ? [HSLC’14]
11. নিবনীকৰণ কি ? ইয়াৰ তিনিটা ফলাফল উল্লেখ কৰা [HSLC’14, ’18]
12. পৰিৱেশ ভূগোল কি? চমুকৈ ইয়াৰ গুৰুত্ব উল্লেখ কৰা । [HSLC’15]
13. গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ তিনিটা ফলাফল উল্লেখ কৰা । [HSLC’15]
14. সেউজ গৃহ গেছকেইটাৰ নাম লিখা আৰু সিহঁতৰ পৰিণাম কিকি? [HSLC’16] |
15. গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ চাৰিটা ! I কর্তব্য সম্বন্ধে চমুকৈ লিখা । [HSLC’16]
16. গোলকীয় উত্তাপ বৃদ্ধি মানে কি? গোলকীয় উত্তাপ বৃদ্ধিৰ । প্রধান তিনিটা কাৰণৰ ব্যাখ্যা
কৰা [HSLC’17]
17. পাৰিপাৰ্শ্বক সমস্য় সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা । [ HSLC’ 17]
18. গোলকীয় উত্তাপ বৃদ্ধি কি ? গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ তিনিটা উপায় সম্পৰ্কে পৰামৰ্শ দিয়া । [ HSLC’18]
19. পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ? [ HSLC’19]
20. পৰিৱেশ কি ? পৰিৱেশৰ উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা । [HSLC’20]