Chapter 1
ভূ-আকৃতিক ভূগোল
All Question Paper |
A. অতি চমু প্ৰশ্নাৱলী ঃ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(a) ওলম বা ঝুলন উপত্য়কা সৃষ্টি কৰা কাৰকটো হ’ল- [ HSLC’11 ]
(i) হিমবাহ
(ii) নদী
(iii) বতাহ
(iv) সাগৰৰ ঢৌ
(b) ইনছেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হ’ল- [ HSLC’ 12 ]
(i) প্ৰবহমান জল
(ii) হিমবাহ
(iii) বতাহ
(iv) সামুদ্ৰিক ঢৌ
(c) বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ’ল- [ HSLC’ 13 ]
(i) নদী
(ii) হিমবাহ
(iii) সাগৰৰ ঢৌ
(iv) বতাহ
(d) তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা ? [ HSLC’ 14 ]
(i) U- আকৃতিক উপত্য়কা
(ii) ড্ৰামলিন
(iii) ইনছেলবাৰ্গ
(iv) গ্ৰাব
(e) তলত দিয়াবোৰৰ কোনটো অৱক্ষেপনজলিত অৱয়ব ? [ HSLC’ 15 ]
(i) ওলোমা উপত্য়কা
(ii) এঙ্কৰ
(iii) ইনছেলবাৰ্গ
(iv) ইয়াৰদাং
(f) মৰুভূমিত কোন মুখ্য় কাৰকে ভূ- আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়- [ HSLC’ 16 ]
(i) বৰষুণ
(ii) উত্তাপ
(iii) বতাহ
(iv) নদী
(g) হিমবাহ উপত্য়কা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাবৰেখাক কোৱা হয় – [ HSLC’ 17 ]
(i) মধ্য় গ্ৰাব
(ii) প্ৰান্ত গ্ৰাব
(iii) পাৰ্শ্ব গ্ৰাব
(iv) ভূমি গ্ৰাব
(h) মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰিক কোৱা হয়- [ HSLC’ 18]
(i) ইনছেলবাৰ্গ
(ii) অনুপ্ৰস্থ বালিয়াৰি
(iii) বাৰখান
(iv) ইয়াৰদাং
(i) তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব ? [ HSLC’ 19 ]
(i) এস্কাৰ
(ii) ড্ৰামলিন
(iii) শংকু
(iv) কেম
(j) তলত উল্লেখ কৰা কোনটো ক্ষয়জলিত অৱয়ব ? [ HSLC’ 20 ]
(i) বাৰখান
(ii) ওলোমা উপত্য়কা
( iii) গ্ৰাব
(iv) ড্ৰামলিন
2. বাহ্য়িক প্ৰক্ৰিয়া কি ? [ HSLC’ 11 ]
3. হিমবাহৰ অৱক্ষেপণ কাৰেযৰ দ্বাৰা সৃষ্টি হোৱা যি কোনো এটা অৱয়বৰ নাম লিখা । [ HSLC’ 12 ]
4. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অৱয়বৰ নাম লিখা ? [ HSLC” 12, 14, 20 ]
5. আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা । [HSLC’12 ]
6. ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা । [ HSLC’12 ]
7. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ নাম লিখা । [ HSLC’13,’18 ]
8. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ব এটাৰ নাম লিখা । [ HSLC’ 15 ]
9. কোনটো বালিয়াৰি অৰ্ধচন্দ্ৰাকৃতিৰ লিখা । [ HSLC’ 16 ]
10. ভূ-প্ৰাকৃতিক বিজ্ঞান মানে কি ? [ HSLC’ 17 ]
11. স্থলমণ্ডল কি ? [ HSLC’ 19 ]
B. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ মূল্য়াংক ঃ 2/ 3/ 4/ 5/ 6
1. অনুদৈৰ্ঘ্য় বালিয়াৰি বা য়াৰদাঙৰএটি চিত্ৰ আঁকা । [ HSLC’ 11 ]
2. গ্ৰাব কি ? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা । [ HSLC’ 13,’16 ]
3. হিমবাহ কি ? তিনি প্ৰকাৰৰ হিমবাহৰ নাম লিখা । [ HSLC’ 14 ]
4. ‘ ক্ৰিয়াত্মক অঞ্চল ” কি ? ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া । [ HSLC’ 14 ]
5. বালিয়াৰি কি ? ই কেনেকৈ সৃষ্টি হয় ? [ HSLC’ 15, ’18]
6.এটা ইনছেলবাৰ্গৰ নক্সা চিত্ৰ আঁকা। [ HSLC’17]
7. মৰুদ্য়ান কাক বোলে ? ইয়াৰ তাৎপৰ্য কি ? [ HSLC ’17]
8. ওলোমা উপত্য়কাৰ এটি নক্সা চিত্ৰ আঁকা। [ HSLC ‘ 18]
9.’ অপঘৰ্ষণ’ বুলিলে কি বুজায় ? অপঘৰ্ষণে সৃষ্টি কৰা এটা ভূ-অৱয়বৰ উদাহৰণ দিয়া। [HSLC’19]
10. মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য় হিমবাহৰ মাজত থকা পাৰ্থক্য় লিখা। [ HSLC’19]
11. মৰুদ্য়ান কাক বোলে ? ইয়াৰ গুৰুত্ব উল্লেখ কৰা। [ HSLC’19]
12. মৰুদ্য়ান কাক বোলে ?ইয়াৰ গুৰুত্ব উল্লেখ কৰা । [ HSLC’ 20]
13. হিমবাহে সৃষ্টি কৰা তিনিটা অৱক্ষেপজনিত অৱয়বৰ নাম উল্লেখ কৰা। [ HLSC’ 20]
14. বাহ্য়িক আৰু আভ্য়ন্তৰীন ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰ কি ? সিহঁতৰ প্ৰত্য়েকৰে এটাকৈ কাৰকৰ উদাহৰণ দিয়া । [ HSLC’ 20]