Chapter 3
আঁহৰ পৰা কাপোৰলৈ
১। কাপোৰ কিহৰ দ্বাৰা তৈয়াৰী ?
(ক) সূতাৰৰ
(খ) প্লাষ্টিকৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) সূতাৰৰ
২। সূতা কিহৰ পৰা তৈয়াৰ কৰা হয় ?
(ক) জন্তুৰ ছালৰ পৰা
(খ) পেলনীয়া সামগ্ৰীৰ পৰা
(গ) আঁহৰ পৰা
উত্তৰঃ (গ) আঁহৰ পৰা
৩। আঁহৰ ভাগ কেইটা ?
(ক) ১ টা
(খ) ২ টা
(গ) ৩ টা
উত্তৰঃ (খ) ২ টা
৪। আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক কি বুলি কোৱা হয় ?
(ক) গুঠা
(খ) এৰুৱা
(গ) সূতাকটা
উত্তৰঃ (গ) সূতাকটা
৫। উদ্ভিদজাত আঁহ কিহৰ পৰা তৈয়াৰ কৰা হয় ?
(ক) পেলনীয়া সামগ্ৰীৰ পৰা
(খ) কপাহ আৰু মৰাপাট
(গ) ডাঙৰ উদ্ভিদৰ পৰা
উত্তৰঃ (খ) কপাহ আৰু মৰাপাট
৬। আঁহ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Fibre
(খ) Fabric
(গ) Yarn
উত্তৰঃ (ক) Fibre
৭। পাটৰ আঁহ কিহৰ পৰা উলিওৱা হয় ?
(ক) পখিলাৰ পৰা
(খ) ভেড়াৰ পৰা
(গ) পাটপলুৰ লেটাৰৰ পৰা
উত্তৰঃ (গ) পাটপলুৰ লেটাৰৰ পৰা
৮। আঁহৰ পৰা কপাহ পৃথক কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?
(ক) সূতাকটা
(খ) কপাহ নেওঠনি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) কপাহ নেওঠনি
৯। মৰাপাট খেতি কি কালত কৰা হয় ?
(ক) বাৰিষা কালত
(খ) খৰালি কালত
(গ) বৰ্ষা কালত
উত্তৰঃ (ক) বাৰিষা কালত
১০। উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা আঁহক কি বুলি কোৱা হয় ?
(ক) বাৰিষা কালত
(খ) কৃত্ৰিম আঁহ
(গ) সাংশ্লেষিক আঁহ
উত্তৰঃ (ক) বাৰিষা কালত
১১। কি মাটি আৰু কি জলবায়ুত কপাহৰ খেতি ভাল হয় ?
(ক) ক’লা মাটি আৰু ঠাণ্ডা জলবায়ুত
(খ) বগা মাটি আৰু ঠাণ্ডা জলবায়ুত
(গ) ক’লা মাটি আৰু গৰম জলবায়ুত
উত্তৰঃ (গ) ক’লা মাটি আৰু গৰম জলবায়ুত
১২। পৰম্পৰাগতভাৱে নেওঠনি কিহেৰে ক’ৰা হয় ?
(ক) মেচিনেৰে
(খ) হাতেৰে
(গ) যতৰে
উত্তৰঃ (খ) হাতেৰে
১৩। মৰাপাট গছবোৰ সাধাৰণতে কি অৱস্থাত চপোৱা হয় ?
(ক) ফুলি থকা অৱস্থাত
(খ) ফুলি হোৱা অৱস্থাত
(গ) ডালত থকা অৱস্থাত
উত্তৰঃ (ক) ফুলি থকা অৱস্থাত
১৪। তলৰ কোনটো পদ্ধতিৰ দ্বাৰা সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিব পাৰি ?
(ক) বয়ন পদ্ধতি
(খ) গুঁঠা পদ্ধতি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৫। পুৰণিকালত ভাৰতীয়সকলে কি নদীৰ ওচৰৰ অঞ্চলত হোৱা কপাহেৰে তৈয়াৰী পোছাক পিন্ধিছিল ?
(ক) ব্ৰহ্মপুত্ৰ
(খ) নীল
(গ) গঙ্গা
উত্তৰঃ (গ) গঙ্গা
১৬। প্ৰাচীন ইজিপ্তৰ নীল নদীৰ পাৰত আৰু ৰ খেতি কৰা হৈছিল ।
(ক) কপাহ আৰু শালগছৰ
(খ) কপাহ আৰু শণগছৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) কপাহ আৰু শণগছৰ
১৭। সূতাকটা শব্দৰ ইংৰাজী ৰূপটো কি ?
(ক) Spinning
(খ) Fibre
(গ) Weaving
উত্তৰঃ (ক) Spinning
১৮। তলৰ ছবিখনত কি কৰি থকা হৈছে ?
(ক) গুঁঠি থকা হৈছে
(খ) সূতাবোৰ কাপোৰত পৰিণত কৰা হৈছে
(গ) কাপোৰৰ পৰা সূতা টানি থকা হৈছে
উত্তৰঃ (গ) কাপোৰৰ পৰা সূতা টানি থকা হৈছে
১৯। আৰু ৰ আঁহ প্ৰাণীৰ পৰা আহৰণ কৰা হয় ?
(ক) প্ৰাকৃতিক আৰু কৃত্ৰিম
(খ) ঊণ আৰু পাট
(গ) এটাও নহয়
উত্তৰঃ (খ) ঊণ আৰু পাট
২০। ‘পকোৱা সূতা’ শব্দৰ ইংৰাজী ৰূপটো কি ?
(ক) Yarn
(খ) Fabric
(গ) Weaving
উত্তৰঃ (ক) Yarn