প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত
অনুশীলনী 13.2
1. তলৰ উক্তিবোৰ ব্যস্ত সমানুপাত হয়নে নহয় লিখা।
i) এটা কামৰ বাবে প্ৰয়োজন হোৱা কৰ্মীৰ সংখ্যা আৰু কামটো সম্পূৰ্ণ কৰিবলৈ লগা সময়।
Solution: ব্যস্ত সমানুপাত হয়।
ii) এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ এখন গাডী়ৰ গতিবেগ আৰু লগা সময়।
Solution:ব্যস্ত সমানুপাত নহয়।
iii) খেতি কৰা মাটিৰ কালি আৰু উৎপাদন কৰা শস্য
Solution: ব্যস্ত সমানুপাত নহয়।
2. এখন গাঁৱৰ ৰাইজে ৰাজহুৱা পুখুৰী এটা খন্দাৰ সিদ্ধান্ত ল’লে। 30 জন গঞাই যদি 35 দিনত পুখুৰীটো খান্দিব পাৰে, তেন্তে 210 জন গঞাই কিমান দিনত সেই কামটো কৰিব পাৰিব?
Solution: 30 জন গঞাই খান্দিব পাৰে-35 দিনত
1 জন গঞাই খান্দিব পাৰে-35/30দিন
210 জন গঞাই খান্দিতপাৰে-35/30×210
= 5 দিন
3.এটা আত্মসহায়ক গোটৰ 15 গৰাকী মহিলাই 24 দিনত 500 খন গামোচা বয়। (সেই কামটো 500 খন গামোচা) কিমান দিনত সম্পন্ন হ’ব যদি মহিলাৰ সংখ্যা 5, 18 অথবা 24 হয়?
Solution: 15 গৰাকী মহিলাই 500 খন গামোচা =24 দিনত
1 গৰাকী মহিলাই 500 খন গামোচা = 24×15 দিন
= 360 দিন
5 গৰাকী মহিলাই 500 খন গামোচা = 360/5
= 72 দিন
18 গৰাকী মহিলাই 500 খন গামোচা = 360/18
= 20দিন
24 দিনত গৰাকী মহিলাই 500 খন গামোচা= 360য়24
= 15 দিন
4.এটা খালী চৌবাচ্চা 1 ঘন্টা 20 মিনিটত পূৰ্ণ কৰিবলৈ 6 টা নল (Pipe) প্ৰয়োজন হয়।যদি একেধৰণৰ 5 টা নল ব্যৱহাৰ কৰা হয়, তেন্তে চৌবাচ্চাটো পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব?
Solution: 6টা নলে চৌবাচ্চাটো পূৰ্ণ কৰিবলৈ সময় লাগে = 80 মিনিট
1 টা নলে চৌবাচ্চা পূৰ্ণ কৰিবলৈ সময় লাগে= 80×6
= 480 মিনিট
5 টা নলে চৌবাচ্চা পূৰ্ণ কৰিবলৈ সময় লাগে= 480/5
= 1 ঘনটা 36 মিনিট
5. 4 কিলোমিটাৰ দীঘল মথাউৰি এটা 42 দিনত 120 জন মানুহে বান্ধিব পাৰে।সেই মথাউৰিটো 30 দিনত সম্পূৰ্ণ কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হয়?
Solution: 4 কিলোমিটাৰ দীঘন মথাউৰিটো 42 দিনত বান্ধিবলৈ=120জন মানুহ লাগে
4কিলোমিটাৰ দীঘন মথাউৰিটো1 দিনত বান্ধিবলৈ=120×24জন মানুহ লাগে
4 কিলোমিটাৰ দীঘন মথাউৰিটো30দিনত বান্ধিবলৈ = 5040/30
= 168জন
6. যি উপাৰ্জনেৰে 6 জনীয়া পৰিয়াল এটাই 42 দিন চলিব পাৰে, পৰিয়ালটোত এজন সদস্য বাঢ়িলে সেই উপাৰ্জনেৰে কিমান দিন চলিব?
Solution: 6 জনীয়া পৰিয়াল এটাই খাব পাৰে= 42 দিন
1 জনীয়া পৰিয়াল এটাই খাব পাৰে= 42×6
7 জনীয়া পৰিয়াল এটাই খাব পাৰে = 42×6/7
= 36 দিন
7. 35 গৰাকী মহিলাই এটা কাম 160 দিনত সম্পূৰ্ণ কৰিব পাৰে। তেওঁলোকৰ 28 গৰাকী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰিব?
Solution: 35 গৰাকী মহিলাই কৰোতে সময় লাগে = 160দিন
1 গৰাকী মহিলাই কৰোতে সময় লাগে= 160/35
28 গৰাকী মহিলাই কৰোতে সময় লাগে= 160×35/28
= 200দিন
8. দুজন মানুহে 7 দিনত 4 খন নতুন খিৰিকী লগাব পাৰে।
i)কাম আৰম্ভ কৰাৰ আগতে তাৰে এজন মানহ অসুস্থ হ’ল। কামটো সম্পূৰ্ণ কৰিবলৈ বাকী থকা লোকজনৰ কেইদিন লাগিব?
Solution: দুজন মানুহে 4 খন খিৰিকী বনাবলৈ সময় লাগে= 7দিন
1 জন মানুহে 4 খন খিৰিকী বনাবলৈ সময় লাগে= 7×2
= 14দিন
ii) এদিনতে খিৰিকীবোৰ লগাবলৈ হ’লে কেইজন মানুহৰ প্ৰয়োজন হ’ব?
Solution: 14 দিনত লাগে = 1জন
1 দিনত লাগে= 1×14
= 14 জন