The Mountain and the squirrel
Word Meaning
Page No : 83 Word meaning
1. Mountain (মাউন্টেন) – পৰ্বত
2. Squirrel (স্কুইৰেল) – কেৰ্কেটুৱা
3. Quarrel (কুৱাৰেল) – কাজিয়া
4. Former (ফৰমাৰ) – আগৰজন
5. Prig (প্ৰগ) – অভিমানী
6. Doubtless (ডাউটলেচ) – সন্দেহবিহীন
7. All sorts (অল চৰ্টচ) – প্ৰতিবিধ
8. Weather (ৱেদাৰ) – বতৰ
9. Together (টুগেদাৰ) – একেলগে
10. Sphere (স্ফিয়েৰ) – ক্ষেত্ৰ
11. Disgrace (ডিচগ্ৰেচ) – লাজৰ কথা
12. Occupy (অকুপাই) – দখল কৰা
13. Large (লাৰ্জ) – প্ৰকাণ্ড
14. Half (হাফ) – আধা
15. Spry (স্প্ৰাই) – চঞ্চলতা
16. Deny (ডিনাই) – নাকচ কৰা
17. Squirrel track (স্কুইৰেল ট্ৰেক) – কেৰ্কেটুৱা অহা যোৱা কৰা ৰাস্তা
18. Talent (টেলেন্ট) – প্ৰতিভা
19. Differ (ডিফাৰ) – পৃথক
20. Crack (ক্ৰেক) – ভাঙা কাৰ্য্য
21. Nut (নাট) – বাদাম , গছৰ গুটি বিশেষ