Chapter 23
ভোগালী বিহু
১) দন্দ অৰ্থ কি ?
1) কাজিয়া
2) খৰিয়াল
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
২) দুনাই অৰ্থ কি ?
1) পুনৰায়
2) পীড়িত
3) ইয়াৰ পৰা এটাও নহয়
Ans: পুনৰায়
৩। মে়জি কেতিয়া জ্বলোৱা হয় ?
1) ৰাতি
2) সন্ধিয়া
3) ৰাতিপুৱা
Ans: ৰাতিপুৱা
৪। ভোগালী বিহুক কি বিহু বুলি কোৱা হয় ?
1) মাঘৰ বিহু
2) কাতি বিহু
3) বহাগ বিহু
Ans: মাঘৰ বিহু
৫। ভোগালী বিহু কবিতাটোৰ কবিজনৰ নাম কি ?
1) দেৱকান্ত বৰুৱা
2) শৈলধৰ ৰাজখোৱা
3) ইয়াৰ পৰা এটাও নহয়
Ans: শৈলধৰ ৰাজখোৱা
৬। বিহু মই বৰ ভাল পাঁও এই কথাষাৰ কোনে কৈছে ?
1) কবিয়ে
2) শৈলধৰে
3) ইয়াৰ পৰা এটাও নহয়
Ans: কবিয়ে
৭। বিহুৰ দিনা কবিয়ে কাক কাক সেৱা কৰিব ?
1) আইতা, দেউতাক আৰু মাক
2) চাৰ-বাইদেউক
3) ইয়াৰ পৰা এটাও নহয়
Ans: আইতা, দেউতাক আৰু মাক
৮। কাতৰ মানে কি ?
1) দুখিত
2) অভিমান
3) ইয়াৰ পৰা এটাও নহয়
Ans: দুখিত
৯। ঠেহপেচ অৰ্থ কি ?
1) খং কৰি থকা
2) পীড়িত
3) ইয়াৰ পৰা এটাও নহয়
Ans: খং কৰি থকা
১০। দুনাই শব্দৰ অৰ্থ কি ?
1) আকৌ
2) পুনৰায়
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১১। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?
1) ৰঙালী বিহু
2) কঙালী বিহু
3) ভোগালী বিহু
Ans: ভোগালী বিহু
১২। ভোগালী বিহু কেতিয়া আহে ?
1) মাঘৰ শেষত
2) পুহৰ শেষত
3) বহাগৰ শেষত
Ans: পুহৰ শেষত
১৩। কবিয়ে ক’ত থাপনা পাতিম বুলি কবিতাটোত উল্লেখ কৰিছে ?
1) মেজিৰ কাষত
2) ঘৰৰ থানত
3) এটাও নহয়
Ans: মেজিৰ কাষত
১৪। কবিয়ে হৰিনাম গাই কি কৰিব বিচাৰিছে ?
1) মাহপ্ৰসাদ বিলাব বিচাৰিছে
2) থাপনা পাতিব বিচাৰিছে
3) জুই দিব বিচাৰিছে
Ans: জুই দিব বিচাৰিছে
১৫। তলৰ ছবিখনে কি বুজাইছে ?
1) ডাঙৰক সেৱা কৰা
2) সৰুক মৰম কৰা
3) এটাও নহয়
Ans: ডাঙৰক সেৱা কৰা
১৬। বাইদেউৱে যদি বিহুৰ দিনা কেতেৰা মাতেৰে মাতে তেনেহ’লে কোন বেজাৰত তলমুৱা হ’ব ?
1) দেইতা
2) আইতা
3) মা
Ans: আইতা
১৭। কেটেৰা শব্দৰ অৰ্থ কি ?
1) দুখ
2) দুখ দিয়াকৈ গালি
3) পীড়িত
Ans: দুখ দিয়াকৈ গালি
১৮। বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব ?
1) গামোচা
2) পিঠা-পনা
3) ওপৰৰ দুয়োটা
Ans: গামোচা
১৯। ________ পুৱা ।
1) শীতল
2) কোমল
3) নিচেই
Ans: নিচেই
২০। _______ মন ।
1) কোমল
2) মুকলি
3) সুন্দৰ
Ans: মুকলি