Chapter 22
ৰজা পুৰুষ আত্মাভিমান
১। কিমান বছৰ আগতে ভাৰতত সৰু সৰু ৰাজ্য আছিল ?
1) আঢ়ৈ হাজাৰ আগতে
2) পাঁচ হাজৰ আগতে
3) পোন্ধৰ হাজাৰ আগতে
Ans: আঢ়ৈ হাজাৰ আগতে
২। ৰজাসকলৰ মাজত কি আছিল ?
1) মিলা-প্ৰীতি আছিল
2) মিলা-প্ৰীতি কম আছিল
3) বন্ধত্ব আছিল
Ans: মিলা-প্ৰীতি কম আছিল
৩। আলেকজেণ্ডাৰ কোনখন ৰাজ্যৰ আছিল ?
1) গ্ৰীচ দেশৰ মেচিদনিয়া ৰাজ্যৰ আছিল
2) নাগালেণ্ডৰ আছিল
3) তিপুৰা আছিল
Ans: গ্ৰীচ দেশৰ মেচিদনিয়া ৰাজ্যৰ আছিল
৪। ফিলিপৰ পুত্ৰ কোন আছিল ?
1) আলেকজেণ্ডাৰ
2) সৰ্বদমন
3) ইয়াৰ পৰা এটাও নহয়
Ans: আলেকজেণ্ডাৰ
৫। আলেকজেণ্ডাৰ ৰাজপাটত ওঠোতে তেতিয়া তেওঁ বয়স কিমান বছৰ আছিল ?
1) কুৰি বছৰ
2) পঞ্চাচ বছৰ
3) ইয়াৰ পৰা এটাও নহয়
Ans: কুৰি বছৰ
৬। আলেকজেণ্ডাৰ কেনেকুৱা লোক আছিল ?
1) বিদ্যোৎসাহী লোক আছিল
2) ভাল লোক আছিল
3) ইয়াৰ পৰা এটাও নহয়
Ans: বিদ্যোৎসাহী লোক আছিল
৭। আলেকজেণ্ডাৰ কাৰ শিষ্য আছিল ?
1) গ্ৰীক দাশৰ্নিক এৰিষ্ট টলৰ
2) অম্বিয়
3) ইয়াৰ পৰা এটাও নহয়
Ans: গ্ৰীক দাশৰ্নিক এৰিষ্ট টলৰ
৮। আলেকজেণ্ডাৰে কাৰ লগত মিত্ৰতা কৰিলে ?
1) অম্বিয়ৰ লগত
2) এৰিষ্ট টলৰ লগত
3) ইয়াৰ পৰা এটাও নহয়
Ans: অম্বিয়ৰ লগত
৯। অভিভূত অৰ্থ কি ?
1) পৰাজিত
2) বশ হোৱা
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১০। ছেদেলি-ভেদেলি অৰ্থ কি ?
1) বিশৃংখল
2) সিঁচৰতি হোৱা
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১১। প্ৰায়বোৰ ৰাজ্য কেনেকুৱা আছিল ?
1) শক্তিশালী
2) দুৰ্বল
3) সাহসী
Ans: দুৰ্বল
১২। আলেকজেণ্ডাৰৰ লগত কিমান সাহসী ৰণুৱা আছিল ?
1) পঁয়ত্ৰিছ হাজাৰ
2) পঁছিশ হাজাৰ
3) সাতাইশ হাজাৰ
Ans: পঁয়ত্ৰিছ হাজাৰ
১৩। আলেকজেণ্ডাৰৰ সেনাবাহিনীটো কোন দিশেৰে ভাৰতত প্ৰৱেশ কৰে ?
1) উত্তৰ-পূব দিশেৰে
2) দক্ষিণ-পশ্চিম দিশেৰে
3) উত্তৰ-পশ্চিম দিশেৰে
Ans: উত্তৰ-পশ্চিম দিশেৰে
১৪। ঝিলাম আৰু চেনাৱ নৈৰ মাজত এখন কি আছিল ?
1) দেশ
2) ৰাজ্য
3) মহাসাগৰ
Ans: ৰাজ্য
১৫। কিমান দিন যুদ্ধৰ পাছত গ্ৰীক সেনাই পুৰু ৰাজ্য জয় কৰিলে ?
1) সাত দিন সাত ৰাতি যুদ্ধ কৰাৰ পাছত
2) তিনি দিনৰ পাছত
3) এদিনতে
Ans: এদিনতে
১৬। মূছকঁছ শব্দৰ অৰ্থ কি ?
1) মূৰ্চ্ছা
2) গোফ
3) মন্দিৰ
Ans: মূৰ্চ্ছা
১৭। গ্ৰীচৰ মানুহক কি বোলে ?
1) গ্ৰীক
2) গ্ৰীম
3) ওপৰৰ দুয়োটা
Ans: গ্ৰীক
১৮। মহাৰাষ্ট্ৰৰ মানুহক কি বোলে ?
1) মহাথী
2) মাৰাঠী
3) মাৰথা
Ans: মাৰাঠী
১৯। চাণক্যক কি নামেৰে জনা যায় ?
1) মহাৰাষ্ট্ৰ
2) গ্ৰীচ
3) কৌটিল্য
Ans: কৌটিল্য
২০। বিতত শব্দৰ অৰ্থ কি ?
1) অস্থিৰ
2) সাজু
3) উপস্থিত
Ans: অস্থিৰ