Chapter 21
নিয়ৰ
১। মুকুতা মণিটি ক’ত জিলিকে ?
1) পাহিত
2) মাটিত
3) ইয়াৰ পৰা এটাো নহয়
Ans: পাহিত
২। নিজমৰ অৰ্থ কি ?
1) নিৰৱতা
2) নিচুকা কথাটি
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৩। ফুলজুপিত কিহে শোভা কৰে ?
1) নিয়ৰ কলিৰে
2) ফুলৰ পাহিয়ে
3) ইয়াৰ পৰা এটাও নহয়
Ans: নিয়ৰ কলিৰে
৪। ফটিক ৰ অৰ্থ কি ?
1) পৰিষ্কাৰ
2) ফটফটীয়া
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৫। নিজম আকাশৰ নিচুক কথাটি কিহত সাঁচি থৈছে ?
1) হিয়াত
2) মনত
3) ইয়াৰ পৰা এটাও নহয়
Ans: হিয়াত
৬। হেঙুলি শব্দৰ অৰ্থ কি ?
1) ৰঙচোৱা
2) ফটফটীয়া
3) ইয়াৰ পৰা এটাও নহয়
Ans: ৰঙচোৱা
৭। স্বচ্ছ অৰ্থ কি ?
1) ইফালে-সিফালে
2) ফটিক
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৮। নিস্তব্ধতা অৰ্থ কি ?
1) নিৰৱতা
2) নিজম
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৯। নিয়ৰ কবিতাটোৰ কবিজনৰ নাম কি ?
1) গৰ্গৰাম বৰুৱা
2) চন্দ্ৰকুমাৰ আগৰৱলা
3) বাণীকান্ত কাকতি
Ans: চন্দ্ৰকুমাৰ আগৰৱলা
১০। পৰিস্কাৰ অৰ্থ কি ?
1) চাফা
2) নিকা
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১১। ফুলনিত নিশা নাচোতে কি ছিগি ৰ’ল ?
1) পাহি
2) মণি
3) ফুলজুপি
Ans: মণি
১২। কিহে ফুলজুপি শোভে ?
1) নিয়ৰ কলিৰে
2) মণি মুকুতাৰে
3) ৰঙা বেলিটিয়ে
Ans: নিয়ৰ কলিৰে
১৩। নিশাৰ তৰা এটি সৰিয়েহে আছে __________ টোপনি যোৱা ।
1) আকাশত
2) সৰগত
3) হিয়াত
Ans: সৰগত
১৪। নিজম আকাশৰ নিচুক কথাটি ক’ত সাঁচি থোৱাৰ কথা কৈছে ?
1) সৰগত
2) আকাশত
3) হিয়াত
Ans: হিয়াত
১৫। কবিয়ে পুৱা কাৰ ফালে চাই আছিল ?
1) নিয়ৰৰ টোপাল
2) হেঙুলি বেলি
3) ফুল
Ans: হেঙুলি বেলি
১৬। সৰিয়েহে আছে মানে কি ?
1) নিজে নিজে সৰি পৰা
2) সৰি পৰিহে আছে
3) সৰি থকা
Ans: সৰি পৰিহে আছে
১৭। কবিয়ে ভাবতে ভাহি কি চাইছে ?
1) চকুৰ পানী
2) মণি
3)নিয়ৰ কলি
Ans: নিয়ৰ কলি
১৮। বায়ুৱে কি জোকাৰি পেলালে ?
1) ফুলৰ পাহি
2) ৰঙা বেলিটি
3) মুকুতা
Ans: ফুলৰ পাহি
১৯। ফুলত কিহে শোভা কৰে ?
1) নিয়ৰৰ কলিৰে
2) এটি তৰা
3) মণি
Ans: ফুলৰ পাহি
২০। ফুলনিত নাচনীয়ে কেতিয়া নাচিছিল ?
1) ৰাতিপুৱা
2) নিশা
3)সন্ধিয়া
Ans: নিশা