Chapter 20
তিনিটা মাছৰ কাহিনী
১) মাছ তিনিটাৰ নাম কি আছিল ?
1) প্ৰত্যুৎপন্নমতি, অনাগতবিধাতা, যদভৱিষ্যত
2) ৰৌ, বৰালি,তিমি মাছ
3) ইয়াৰ পৰা এটাও নহয়
Ans: প্ৰত্যুৎপন্নমতি, অনাগতবিধাতা, যদভৱিষ্যত
২। অনাগতবিধাত প্ৰত্যুৎপন্নমতি আৰু যদভবিষ্যত মাজত কি আছিল ?
1) শত্ৰু আছিল
2) বন্ধুত্ব আছিল
3) ইয়াৰ পৰা এটাও নহয়
Ans: বন্ধুত্ব আছিল
৩। মাছমৰীয়াৰকেইজনৰ কথা কোনে শুনা পাইছিল ?
1) অনাগতবিধতাই শুনা পাইছিল
2) প্ৰত্যুৎপন্নমতি
3) ইয়াৰ পৰা এটাও নহয়
Ans: অনাগতবিধতাই শুনা পাইছিল
৪। “এইটো পুখুৰীতে আমি জন্মিলো ডাঙৰ-দীঘল হলো আৰু বিপদৰ সময়ত ইয়াৰ পৰা কিয় যাম।” এই কথাষাৰ কোনে কৈছিল ?
1) প্ৰত্যুৎপন্নমতি
2) অনাগতবিধতা
3) ইয়াৰ পৰা এটাও নহয়
Ans: প্ৰত্যুৎপন্নমতি
৫। শেষত কোন মৰিলে ?
1) অনাগতবিধতা
2) যদভৱিষ্যত
3) ইয়াৰ পৰা এটাও নহয়
Ans: যদভৱিষ্যত
৬। মৰা ভাও কোনে জুৰিলে ?
1) প্ৰত্যুৎপন্নমতি
2) ইয়াৰ পৰা এটাও নহয়
3) অনাগতবিধতা
Ans: প্ৰত্যুৎপন্নমতি
৭। প্ৰত্যুৎপন্নমতি কেনেকুৱা প্ৰকৃতিৰ ?
1) যি হয় হ’ব বুলি ভাবি থকা প্ৰকৃতিৰ
2) ভৱিষ্যতৰ বিষয়ে ভাবিব পৰা প্ৰকৃতিৰ
3) উপস্থিত বুদ্ধি থকা প্ৰকৃতিৰ
Ans: উপস্থিত বুদ্ধি থকা প্ৰকৃতিৰ
৮। কোনটো মাছে ওচৰৰ আনখন বিললৈ গুচি গৈছিল ?
1) প্ৰত্যুৎপন্নমতি
2) অনাগতবিধাতা
3) যদভৱিষ্যত
Ans: অনাগতবিধাতা
৯। প্ৰাণ ৰক্ষা কৰিবলৈ মাছকেইটা ক’লৈ গৈছিল ?
1) ওচৰৰ বিলখনলৈ
2) ওচৰৰ কলংখনলৈ
3) এটাও নহয়
Ans: ওচৰৰ বিলখনলৈ
১০। জালখন পুখুৰীৰ পাৰলৈ অনাত কোনে মৰাৰ ভাও জুৰিলে ?
1) যদভৱিষ্যতে
2) অনাগতবিধাতাই
3) প্ৰত্যুৎপন্নমতিয়ে
Ans: প্ৰত্যুৎপন্নমতিয়ে
১১। অনাগতবিধাতাৰ কথাত কোনে হয়ভৰ নিদিলে ?
1) লগৰীয়া দুজনে
2) মাছমৰীয়াকেইজনে
3) যদভৱিষ্যতে
Ans: লগৰীয়া দুজনে
১২। জালত পৰা মাছ দুটাৰ নাম কি কি ?
1) অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি
2) যদভৱিষ্যত আৰু অনাগতবিধাতা
3) প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যত
Ans: প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যত
১৩। এদিন পুখুৰীটোৰ কাষেৰে কোন গৈছিল ?
1) মাছ তিনিটা
2) মাছমৰীয়াকেইটা
3) বুঢ়া তিনিটা
Ans: মাছমৰীয়াকেইটা
১৪। প্ৰত্যুৎপন্নমতি কেনেদৰে মৰাৰ পৰা বাচিল ?
1) বুদ্ধি থকাৰ বাবে
2) ভৱিষ্যতৰ কথা ভবাৰ বাবে
3) ওপৰৰ দুয়োটা
Ans: বুদ্ধি থকাৰ বাবে
১৫। হয়ভৰ শব্দৰ অৰ্থ কি ?
1) মত নিদিয়া কাৰ্য্য
2) কাৰো কথাত ভৰ দিয়া বা মত দিয়া কাৰ্য্য ৷
3) এটাও নহয়
Ans: কাৰো কথাত ভৰ দিয়া বা মত দিয়া কাৰ্য্য ৷
১৬। যদভৱিষ্যত কেনেকুৱা প্ৰকৃতিৰ ?
1) যি হয় হ’ব বুলি ভবা প্ৰকৃতিৰ
2) বুদ্ধি থকা প্ৰকৃতিৰ
3) ভৱিষ্যতৰ কথা ভবা প্ৰকৃতিৰ
Ans: যি হয় হ’ব বুলি ভবা প্ৰকৃতিৰ
১৭। কোনে এটা জাঁপ মাৰি পুখুৰীৰ পানীত পৰিলগৈ ?
1) অনাগতবিধাতা
2) প্ৰত্যুৎপন্নমতি
3) যদভৱিষ্যত
Ans: প্ৰত্যুৎপন্নমতি
১৮। লগৰীয়া দুজনৰ কথা শুনি কোন হতাশ হ’ল ?
1) অনাগতবিধাতা
2) প্ৰত্যুৎপন্নমতি
3) যদভৱিষ্যত
Ans: অনাগতবিধাতা
১৯। ‘তিনিটা মাছৰ কাহিনী’তো কিহৰ সাধু ?
1) জাতকৰ সাধু
2) বুঢ়ী আইৰ সাধু
3) পঞ্চতন্ত্ৰৰ সাধু
Ans: পঞ্চতন্ত্ৰৰ সাধু
২০। এটা পুখুৰীত _________ মাছ আছিল ।
1) বহুতো
2) কেইটামান
3) ওপৰৰ দুয়োটা
Ans: বহুতো