Chapter 8
আমাৰ দেশ ভাৰতবৰ্ষ
১। ইংৰাজীত ভাৰতৰ নাম কি ?
উত্তৰ- ইংৰাজীত ভাৰতৰ নাম ইণ্ডিয়া।
২। মধ্য়যুগত আমাৰ দেশক কি হৈছিল ?
উত্তৰ- মধ্য়যুগত আমাৰ দেশৰক হিন্দুস্তান বোলা হৈছিল।
৩। কিহৰ ভিত্তিত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ ?
উত্তৰ- জনসংখ্য়াৰ ভিত্তিত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ।
৪। ভাৰতত প্ৰাচীন কালত কি নামৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল ?
উত্তৰ- ভাৰতত প্ৰাচীন কালত ভৰত নামৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল।
৫। প্ৰাচীন সভ্য়তাৰ জন্মভূমি ভাৰতৰ ভৌগোলিক পৰিবেশৰ অতি কি ?
উত্তৰ- প্ৰাচীন সভ্য়তাৰ জন্মভূমি ভাৰতৰ ভৌগোলিক পৰিবেশৰ অতি বৈচিত্ৰ্য়পূৰ্ণ ।
৬। ভাৰতবৰ্ষৰ চাৰিসীমাত উত্তৰে কি কি আছে ?
উত্তৰ– ভাৰতবৰ্ষৰ চাৰিসীমাত উত্তৰে চীন, নেপাল,ভূটান আৰু পাকিস্তান ।
৭। জনসংখ্য়া ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত কিমান ত্তম দেশ ?
উত্তৰ- জনসংখ্য়া ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম বৃহত্তম দেশ ।
৮। ভাৰতবৰ্ষৰ চাৰিসীমাত দক্ষিণে কি কি আছে ?
উত্তৰ- ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।
৯। ভাৰতত বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰিলেও ইয়াৰ প্ৰধান ধৰ্মকেইটা কি কি ?
উত্তৰ- ভাৰতত বিভিন্ন ধৰ্মৰ মানুহে বসবাস কৰিলেও ইয়াৰ প্ৰধান ধৰ্মকেইটা হল- হিন্দু, ইছলাম, খ্ৰীষ্টান,বৌদ্ধ, শি্খ আৰু জৈন ।
১০। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিমান বৰণীয়া ?
উত্তৰ- ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন তিনিবৰণীয়া ।
১১। ভাৰতবৰ্ষৰ ৰাজধানী কি ?
উত্তৰ- নতুন দিল্লী ।
১২। জাতীয় পতাকাৰ ওপৰৰ গেৰুৱা ৰং টো কিহৰ প্ৰতীক ?
উত্তৰ- জাতীয় পতাকাৰ ওপৰৰ গেৰুৱা ৰং ত্য়াগ আৰু সাহসৰ প্ৰতীক ।
১৩। জাতীয় পতাকাৰ মাজৰ বগা ৰং টো কিহৰ প্ৰতীক ?
উত্তৰ- জাতীয় পতাকাৰ মাজৰ বগা ৰং টো শান্তি আৰু ঐক্য়ক প্ৰতীক ।
১৪। জাতীয় পতাকাৰ তলৰ সেউজীয়া ৰং টো কিহৰ প্ৰতীক ?
উত্তৰ- জাতীয় পতাকাৰ তলৰ সেউজীয়া ৰং টো বিশ্বাস আৰু শোৰ্যৰ প্ৰতীক।
১৫। জাতীয় পতাকাৰ বগা অংশৰ মাজত ২৪ ডাল দণ্ডৰে এটা কি আছে ?
উত্তৰ- জাতীয় পতাকাৰ বগা অংশৰ মাজত ২৪ ডাল দণ্ডৰে এটা নীলা ৰংৰ চক্ৰ আছে ।