Chapter 8
টকা-পইচা
অনুশীলনীঃ (ক)
১. বস্তুৰ মূল্য হিচাপ কৰি লিখাঃ
ক) এডাল পেঞ্চিলৰ দাম = ৩ টকা
খ) এটা চকলেটৰ দাম = ৬টকা
গ) এটা কণীৰ দাম = ৪ টকা
ঘ) এখন বহীৰ দাম = ১৫ টকা
ঙ) এখন কিতাপৰ দাম = ৩০ টকা
চ) এটা কলমৰ দাম = ২৫ টকা
ছ) এটা ঘড়ীৰ দাম = ১৭০ টকা
জ) এটা ছাতিৰ দাম = ১৩০ টকা
ঝ) এটা ৰেডিঅ’ৰ দাম = ৭০০ টকা
২. নোট আৰু মুদ্ৰাৰ সংখ্যা লিখাঃ (উত্তৰ একাধিক হ’ব পাৰে)
ক) ১৪০ টকা
উত্তৰ= ১০০ টকাৰ নোট এখন ২০ টকাৰ নোট দুখন
খ) ৮৫ টকা
উত্তৰ = পঞ্চাশ টকাৰ নোট এখন ২০ টকীয়া নোট এখন ১০ টকীয়া নোট এখন আৰু পাঁচ টকীয়া নোট এখন।
গ) ৪৫ টকা
উত্তৰ = ২০ টকীয়া নোট দুখন পাঁচ টকীয়া নোট এখন
ঘ) ৬০ টকা
উত্তৰ = ৫০ টকীয়া নোট এখন আৰু ১০ টকীয়া নোট এখন
ঙ) ৪৩০ টকা
উত্তৰ = ১০০ টকীয়া নোট চাৰিখন ২০ টকীয়া নোট এখন ১০ টকীয়া নোট এখন
চ) ২৫ টকা
উত্তৰ = ২০ টকীয়া নোট এখন আৰু পাঁচ টকীয়া নোট এখন
ছ) ৩১৪ টকা
উত্তৰ = ১০০ টকীয়া নোট তিনিখন দহ চকীয়া নোট এখন আৰু দুই টকীয়া দুটা
জ) ২০৮ টকা
উত্তৰ = ১০০ টকীয়া নোট দুটা ৫ টকীয়া নোট এখন ২ টকীয়া এটা আৰু ১ টকীয়া এটা
ঝ) ৩১৫ টকা
উত্তৰ = ১০০ টকীয়া নোট তিনিখন ১০ টকীয়া নোট এখন পাঁচ টকীয়া নোট এখন
ঞ) ৩০৭
উত্তৰ = ১০০ টকীয়া নোট তিনিখন ৫ টকীয়া নোট এখন ২ টকীয়া এটা
৩. এশ টকা হ’বলৈ ৫ টকীয়া নোট = ২০ খন
১০ টকীয়া নোট = ১০খন
২০ টকীয়া নোট = ৫ খন
৫০ টকীয়া নোট = ২খন
Ans: ৫ টকীয়া নোট = ২০ খন
১০ টকীয়া নোট = ১০খন
২০ টকীয়া নোট = ৫ খন
৫০ টকীয়া নোট = ২খন