Chapter 6
হৰণ
অনুশীলনীঃ (ক)
১। থুপত সমানে ভগাই হৰণ কৰাঃ
ক) ৬➗২=৩
খ) ১২➗৩=
গ) ১৫➗৫=
ঘ) ২৮➗৪=
ঙ) ৩০➗৬=
Ans:
ক) ৬➗২=৩
খ) ১২➗৩= ৪
গ) ১৫➗৫= ৩
ঘ) ২৮➗৪= ৭
ঙ) ৩০➗৬= ৫
২। বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণ কৰাঃ
ক) ৩০➗৫ খ) ৩৬➗৪ গ) ৩৬➗৩
ঘ) ৫৪➗৬ ঙ) ৪২➗৬ চ) ৪২➗৩
Ans:
ক) ৩০➗৫ = ৬ খ) ৩৬➗৪ = ৯ গ) ৩৬➗৩= ১২
ঘ) ৫৪➗৬ = ৯ ঙ) ৪২➗৬ = ৭ চ) ৪২➗৩ = ১৪
৩। খালী ঘৰত সংখ্যা লিখাঃ
ক) ২ ৰে হৰণ
১০ ১২ ১৪ ১৬ ১৮ ২০
➗২ ৫ ৬ ৭ ৮ ৯ ১০
খ) ৪ ৰে হৰণ
১৬ ২০ ২৪ ২৮ ৩২ ৩৬ ৪০
➗৪
৪
Ans:
১৬ ২০ ২৪ ২৮ ৩২ ৩৬ ৪০
➗৪
৪ ৫ ৬ ৭ ৮ ৯ ১০
গ) ৫ ৰে হৰণ
৩০ ৩৫ ৪০ ৪৫ ৫০ ৬০
➗৫
৬
Ans:
৩০ ৩৫ ৪০ ৪৫ ৫০ ৬০
➗৫
৬ ৭ ৮ ৯ ১০ ১২
ঘ) ৭ ৰে হৰণ
২৮ ৪২ ৪৯ ৭০ ২১ ৩৫
➗৭
৪
Ans:
ঘ) ৭ ৰে হৰণ
২৮ ৪২ ৪৯ ৭০ ২১ ৩৫
➗৭
৪ ৬ ৭ ১০ ৩ ৫
৪। পূৰণ নেওতা ব্যৱহাৰ কৰি হৰণ কৰা। কাষত লিখিবা-
৩২ ➗৮=৪
৫৬➗৮=
২৪➗৮=
৪২➗৭=
৩৫➗৭=
৩৬➗৪=
৬০➗৬=
৪৯➗৭=
৪৫➗৫=
২৪➗৩=
৩২➗৪=
৮১➗৯=
৫৪➗৯=
Ans:
৩২ ➗৮=৪
৫৬➗৮= ৭
২৪➗৮= ৩
৪২➗৭= ৬
৩৫➗৭= ৫
৩৬➗৪= ৯
৬০➗৬= ১০
৪৯➗৭= ৭
৪৫➗৫= ৯
২৪➗৩= ৮
৩২➗৪= ৮
৮১➗৯= ৯
৫৪➗৯= ৬
৫। ৬ টা কল ৬ জন বন্ধুৰ মাজত সমানে ভগালে গাইপতি কিমানটাকৈ ভাগত পৰিব?
Ans: ৬ টা কল ৬ জন বন্ধুৰ মাজত সমানে ভগালে গাইপতি ভাগত ১ টাকৈ পৰিব।
৬। ৪৮ টা শিলিখা ৪ টা বটলত সমানে ভৰালে প্ৰতিটো বটলত কেইটাকৈ শিলিখা থাকিব?
Solution: শিলিখা আছিল = ৪৮ টা
বটল আছিল = ৪ টা
সমানে ভগালে প্ৰতিটো বটলত পৰিব= ৪৮➗৪
=১২টাকৈ
৭। ১৮ টা আমলখি ৬ জনী বান্ধবীৰ মাজত সমানে ভগালে প্ৰত্যেকৰে ভাগত কেইটাকৈ পৰিব?
Solution : আমলখি আছিল= ১৮টা
বান্ধবী আছিল= ৬ জনী
প্ৰত্যেকৰে মাজত সমানে ভগালে ভাগত পৰিব = ১৮➗৬
= ৩ টাকৈ
৮। এটা শ্ৰেণীত ৩৫ জন ছাত্ৰ-ছাত্ৰী আছে। ব্যায়ামৰ বাবে প্ৰতিটো দলত ৫ জনকৈ ছাত্ৰ-ছাত্ৰী ল’লে মুঠ দল কেইটা হ’ব?
Solution: শ্ৰেণীত ছাত্ৰ-ছাত্ৰী আছিল = ৩৫জন
প্ৰতিটো দলত ছাত্ৰ-ছাত্ৰী আছিল = ৫ জনকৈ
মুঠ দল হব= ৩৫x৫
৭টা
৯। ঘৰৰ ফুলনিত ২৮ টা ফুলৰ পুলি ৪ টা ভেটিত সমানে ৰুলে প্ৰতিটো ভেটিত কেইটাকৈ ৰুব পাৰিব?
Solution: ফুলনিত ফুল আছিল = ২৮টা
ভেটি আছিল = ৪টা
প্ৰতিটো ভেটিত ৰুৱা হ’ব = ২৮x৪
=৭ টাকৈ
১০। ৫৬ টা বগৰী ৮ জন ল’ৰা-ছোৱালীৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব নিৰ্ণয় কৰা।
Solution: বগৰী আছিল = ৫৬ টা
লৰা -ছোৱালী আছিল = ৮জন
সমানে ভগালে প্ৰতিজনে পাব= ৫৬x৮
= ৭টাকৈ