Chapter 3
বিয়োগ
অনুশীলনীঃ (ক)
১। বিয়োগ কৰাঃ
ক) ৩৭৮ খ) ৪৫৮ গ) ৩৭৬
– ৩৪ -৩৬ -৬৫
ঘ) ২৫৪ ঙ) ৫৫৫ চ) ৭৮৫
-১৩২ – ২৬৯ -৬৫
Ans:
ক) ৩৭৮ খ) ৪৫৮ গ) ৩৭৬
– ৩৪ -৩৬ -৬৫
৩৪৪ ৪২২ ৩১১
ঘ) ২৫৪ ঙ) ৫৫৫ চ) ৭৮৫
-১৩২ – ২৬৯ -৬৫
১২২ ২৮৬ ৭২০
২। বিয়োগ কৰাঃ
ক) ৩৭৮ খ) ৫৫৫ গ) ৫৫০
-১৮৫ -২৬৯ -১৪৮
ঘ) ৩১২ ঙ) ৬৭৩ চ) ৩৭৬
-১৮২ -৩৯৮ -২৮১
Ans:
ক) ৩৭৮ খ) ৫৫৫ গ) ৫৫০
-১৮৫ -২৬৯ -১৪৮
১৯৩ ২৮৬ ৪০২
ঘ) ৩১২ ঙ) ৬৭৩ চ) ৩৭৬
-১৮২ -৩৯৮ -২৮১
১৩০ ২৭৫ ৯৫
৩। বিয়োগ কৰাঃ
ক) ৬০৭ খ) ৭০৪ গ) ৮০০
-৩৮০ -২৮৮ -৩৮৭
ঘ) ৬০০ ঙ) ৯০০ চ) ৮০০
-৪৪৫ -৯৯ -৮৮
Ans:
ক) ৬০৭ খ) ৭০৪ গ) ৮০০
-৩৮০ -২৮৮ -৩৮৭
২২৭ ৪১৬ ৪১৩
ঘ) ৬০০ ঙ) ৯০০ চ) ৮০০
-৪৪৫ -৯৯ -৮৮
১১৫ ৮০১ ৭১২
৪। বিয়োগ কৰাঃ
ক) ১৬১৭ খ) ১৭০০ গ) ২০৮০
– ৪৭৮ -৫০৬ – ৩৪২
ঘ) ৪০৫৮ ঙ) ৩০৮১ চ) ৫৫৫৫
-২৪৭ -৫৭০ – ৮৮৮
Ans:
ক) ১৬১৭ খ) ১৭০০ গ) ২০৮০
– ৪৭৮ -৫০৬ – ৩৪২
১১৩৯ ১১৯৪ ১৭৩৮
ঘ) ৪০৫৮ ঙ) ৩০৮১ চ) ৫৫৫৫
-২৪৭ -৫৭০ – ৮৮৮
৩৮১১ ২৫১১ ৪৬৬৭
৫। ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্য়াটো বিয়োগ কৰাঃ
ক) ৬০৯,৭১৩
Ans: ৭১৩-৬০৯
= ১০৪
খ) ৫৮৪,৯৭৪
Ans: ৯৭৪-৫৮৪
= ৩৯০
গ) ১০০০,৬৫০
Ans: ১০০০-৬৫০
= ৯৪০
ঘ) ২০৫০,৮৫০
Ans: ২০৫০-৮৫০
= ১২০০
৬। সংগীতাৰ বেগত ৪৬৮ টকা আছিল। তাই ১৫৫ টকাৰে এখন কিতাপ কিনিলে। তাইৰ বেগত কিমান টকা বাকী থাকিব?
Solution: সংগীতাৰ বেগত আছিল= ৪৬৮ টকা
তাই কিতাপ কিনিলে= ১৫৫ টকা
তাইৰ বেগত থাকিব = ৩১৩ টকা
৭। নিহাৰে এখন সাধু কিতাপৰ ৭৮ পৃষ্ঠা পঢ়িছে। বিকিয়ে সেই সাধু কিতাপখনৰ ১০২ পৃষ্ঠা পঢ়িছে। কোনে বেছি পঢ়িলে। কিমান পৃষ্ঠা পঢ়িলে।
Ans: নিহাৰে সাধুকিতাপখনৰ পৃষ্ঠা পঢ়িলে = ৭৮ টা
বিকিয়ে সাধুকিতাপখনৰ পৃষ্ঠা পঢ়িলে = ১০২ টা
বিকিয়ে বেছি পঢ়িলে। ২৪ টা পৃষ্ঠা বেছি পঢ়িলে।
৮। ৩,৭,৮,১ এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সেই কেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা।
Ans: ৮৭৩১
১৩৭৮
৭৩৫৩
৯। ৪৯৭ ৰ লগত কিমান যোগ কৰিলে যোগফল ৯৪৭ হ’ব?
Ans: ৪৯৭
৪৫০
৯৪৭
১০। ৰুমীহঁতৰ ফাৰ্মত কুকুৰা আছিল ২০৭ টা আৰু হাঁহ আছিল ১৯৫ টা। হাহঁতকৈ কুকুৰা কিমানটা বেছি আছিল?
Ans: ৰুমীহঁতৰ ফাৰ্মত কুকুৰা আছিল = ২০৭ টা
হাঁহ আছিল = ১৯৫ টা
হাঁহতকৈ কুকুৰা ১২ টা বেছি আছিল।
১১। এখন উৰা জাহাজে ২১৩ জন যাত্ৰী লৈ এটা বিমান বন্দৰৰ পৰা যাত্ৰা কৰিলে। পিছৰ বিমান বন্দৰত ৮৯ জন যাত্ৰী নামি গ’ল। তাৰ পিছত উৰাজাহাজখনত কিমানজন যাত্ৰী থাকিল?
Ans: প্ৰথম বিমান বন্দৰত মানুহ উছিল = ২১৩ জন
পিছৰ বিমান বন্দৰত মানুহ নামিল = ৮৯ জন
উৰাজাহাজখনত মানুহ থাকিব = ১২৪ জন
১২। গুৱাহাটীৰ পৰা শিলিগুৰি হৈ ক’লকাতালৈ দূৰত্ব ১০০০ কি.মি। শিলিগুৰিৰ পৰা ক’লকাতালৈ দূৰত্ব ৫৮০ কি.মি। গুৱাহাটীৰ পৰা শিলিগুৰিলৈ কিমান দূৰ?
Ans: গুৱাহাটীৰ পৰা শিলিগুৰিলৈ ৪২০ কি.মি।