Chapter 2
যোগ
অনুশীলনীঃ 2
১। সহজ পদ্ধতিৰে যোগ কৰাঃ (খৰকৈ যোগ কৰা)
যোগ কৰা পদ্ধতি যোগফল
৭৩+৫৪ ৭০+৩+৫০+৪=১২০+৭ ১২৭
৮৩+২৫ ৮০+৩+২০+৫= ১০০+৮
৪৭+৩৩ ৪০+৭+৩০+৩= ১০০+৭৩
৫৮+৩৪ ৫০+৮+৩০+৪= ৮০+১২
৩৬+২৩ ৩০+৬+২০+৩= ৫০+৯
Ans: ৭৩+৫৪ ৭০+৩+৫০+৪=১২০+৭ ১২৭
৮৩+২৫ ৮০+৩+২০+৫= ১০০+৮ ১০৮
৪৭+৩৩ ৪০+৭+৩০+৩= ১০০+৭৩ ১৭৩
৫৮+৩৪ ৫০+৮+৩০+৪= ৮০+১২ ৯২
৩৬+২৩ ৩০+৬+২০+৩= ৫০+৯ ৫৯
২। যোগ কৰাঃ
ক) ৮৪ খ) ৬৩ গ) ৭৩ ঘ) ৬০
+ ১৫ + ৩৬ + ৪৮ + ৭০
ঙ) ১৩৮ চ) ২৩৫ ছ) ৮০৭ জ) ৩১৮
+৭২ +৯১ +৯৮ +৭৬
ঝ) ৩৮৭ ঞ) ৬৭৩ ট) ১০৪৮ ঠ) ৩২৬৪
+৮৯৫ +৩৮৭ +৩৭৬ +৩৮৭
Ans:
ক) ৮৪ খ) ৬৩ গ) ৭৩ ঘ) ৬০
+ ১৫ + ৩৬ + ৪৮ + ৭০
৯ ৯ ৯ ৯ ১২১ ১৩০
ঙ) ১৩৮ চ) ২৩৫ ছ) ৮০৭ জ) ৩১৮
+৭২ +৯১ +৯৮ +৭৬
২১০ ৩২৬ ৯০৫ ৩৯৪
ঝ) ৩৮৭ ঞ) ৬৭৩ ট) ১০৪৮ ঠ) ৩২৬৪
+৮৯৫ +৩৮৭ +৩৭৬ +৩৮৭
১২৮২ ১০৬০ ১৪২৪ ৩৬৫১
৩। যোগ কৰাঃ
ক) ২০৯ খ) ৮৪ গ) ৩৩
৩১৫ ১৪৮ ১৪২
৮৪ ১০৩২ ৮৯
+৬৩ +৫৭ ১০৪৫
+১৪৫
ঘ) ৩+৩৩+৩৩৩+৩৩৩৩
ঙ) ৩৭+৪৬+৩০+১০০
চ) ৬৮৯১+৩৭+৫০০+৯
Ans:
ক) ২০৯ খ) ৮৪ গ) ৩৩
৩১৫ ১৪৮ ১৪২
৮৪ ১০৩২ ৮৯
+৬৩ +৫৭ ১০৪৫
৬৭১ ২১২১ +১৪৫
১৪৫৪
ঘ) ৩+৩৩+৩৩৩+৩৩৩৩ = ৩,৭০২
ঙ) ৩৭+৪৬+৩০+১০০ = ২১৩
চ) ৬৮৯১+৩৭+৫০০+৯ = ৭,৪৩৭
৪। এজন বেপাৰীয়ে বজাৰত জাহাজী কল ২৩০ টা, মালভোগ কল ১৪৮ টা আৰু চেনিচম্পা কল ৩১৮ টা বেচিলে। বেপাৰীজনে বজাৰত মুঠতে কিমানটা কল বেচিলে?
Ans: এজন বেপাৰীয়ে বজাৰত জাহাজী কল কিনে= ২৩০ টা
মালভোগ কল কিনে = ১৪৮ টা
চেনিচম্পা কল কিনে = ৩১৮ টা
বেপাৰীজনে কল বেচিলে = ৬৯৬ টা
৫। এজন খেতিয়কে ধান বেচি ১০৮০ টকা, আলু বেচি ৩৭০ টকা, বেঙেনা বেচি ২৬০ টকা, বিলাহী বেচি ৫০০টকা আৰু মুলা বেচি ২২৫ টকা পালে। খেতিয়কজনে মুঠতে কিমান টকা পালে।
Ans: বেপাৰীজনে ধান বেছি পালে =১০৮০ টকা
আলু বেছি পালে = ৩৭০ টকা
বেঙেনা বেছি পালে = ২৬০ টকা
বিলাহী বেছি পালে = ৫০০ টকা
মূলা বেছি পালে = ২২৫ টকা
খেতিয়কজনে মুঠতে = ২৪৩৫ টকা পালে।
৬। এখন গাঁওতে ৯০৫৭ গৰাকী পুৰুষ, ৭৮৬৫ গৰাকী মহিলা আৰু ৪৪৬০ টা শিশু আছে। গাওঁখনৰ মুঠ জনসংখ্যা কিমান।
Ans: গাঁওখনত পুৰুষ আছিল= ৯০৫৭ গৰাকী
মহিলা আছিল = ৭৮৬৫ গৰাকী
শিশু আছিল = ৪৪৬০ টা
গাঁওখনৰ মুঠ জনসংখ্যা = ২১৩৮২ জন
৭। এখন নিকেতনৰ পুথিভঁৰালত ২৩৫ খন অসমীয়া কিতাপ, ১৪৮ খন হিন্দী কিতাপ, ২১০ খন ইংৰাজী কিতাপ আৰু ৬৭ খন সংস্কৃত কিতাপ আছে। পুথিভঁৰালটোত মুঠতে কিমানখন কিতাপ আছে।
Ans: পুথিভঁৰালত অসমীয়া কিতাপ আছিল = ২৩৫ খন
হিন্দী কিতাপ আছিল = ১৪৮ খন
ইংৰাজী কিতাপ আছিল = ২১০ খন
সংস্কৃত কিতাপ আছিল= ৬৭ খন
পুথিভঁৰালটোত মুঠতে কিতাপ আছিল = ৬৫০ খন
৮। অসম চৰকাৰে এটা দেওবাৰে এটা অঞ্চলৰ ৩০৫ টা শিশুক পুৱা, ১৮৬ টা শিশুক দুপৰীয়া আৰু ৯৫ টা শিশুক আবেলি পলিও দৰৱ খুৱালে, সেইদিনা অঞ্চলটোৰ মুঠ কিমানটা শিশুক পলিও দৰৱ খুওৱা হ’ল।
Ans: ৰাতিপুৱা পলিও দৰৱ খুৱালে = ৩০৫ টা শিশুক
দুপৰীয়া পলিও দৰৱ খুৱালে = ১৮৬ টা শিশুক
আবেলি পলিও দৰৱ খুৱালে = ৯৫ টা শিশুক
মুঠ পলিও দৰৱ খুৱালে = ৫৮৬ টা শিশুক
৯। বজাৰত ২৭২ টা ৰৌ মাছ, ৩৮০ টা ভকুৱা মাছ, ৩৮ টা চিতল মাছ, ৫৯ টা বৰালি মাছ আৰু ১০৯ টা আৰি মাছ আছে। বজাৰখনত মুঠতে কিমানটা মাছ আছে।
Ans: বজাৰত ৰৌ মাছ আছে= ২৭২ টা
ভকুৱা মাছ আছে=৩৮০ টা
চিতল মাছ আছে=৩৮ টা
বৰালি মাছ আছে = ৫৯ টা
আৰি মাছ আছে= ১০৯ টা
মুঠ মাছ আছে= ৮৫৮ টা
১০। ১ ৰ পৰা ১০ লৈ সংখ্যাকেইটাৰ যোগফল নিৰ্ণয় কৰা।
Ans: ১ ৰ পৰা ১০ লৈ সংখ্যাকেইটাৰ যোগফল ৫৫ হয়।