Chapter 1
সংখ্যাৰ ধাৰণা
অনুশীলনীঃ(খ)
১। যুগ্ম আৰু অয়ুগ্ম সংখ্যাবোৰ বাছি উলিয়াই দুভাগ কৰা-
২৫, ৩১, ১০৮, ৩০৯, ২৪৮, ৫৩৬, ১০২৪, ২০৩১, ২৩১৯, ৭৯৯, ৬০, ১০০।
যুগ্ম সংখ্যা অযুগ্ম সংখ্যা
১০৮ ২৫
৫৩৬ ৩১
১০২৪ ৩০৯
২৪৮ ২০৩১
৬০ ২৩১৯
১০০ ৭৯৯
২। খালী ঠাই পূৰ কৰাঃ (যুগ্ম সংখ্যাৰে)
ক) ২০২, ২০৪, ২০৬ ২০৮ ২১০ ২১২ ২১৪ ২১৬ ২১৮
খ) ৩৫২, ৩৫৪,৩৫৬ ৩৫৮ ৩৬০ ৩৬২ ৩৬৪ ৪৬৬ ৩৬৮
গ) ৮২, ৮৪, ৮৬ ৮৮ ৯০ ৯২ ৯৪ ৯৬ ৯৮
৩। খালী ঠাই পূৰ কৰাঃ ( অযুগ্ম সংখ্যাৰে)
ক) ৩০১, ৩০৩, ৩০৫, ৩০৭ ৩০৯ ৩১১ ৩১৩ ৩১৫ ৩১৭
খ) ৪৫১, ৪৫৩, ৪৫৫, ৪৫৭ ৪৫৯ ৪৬১ ৪৬৩ ৪৬৫ ৪৬৭
গ) ৮৩১, ৮৩৩, ৮৩৫, ৮৩৭ ৮৩৯ ৮৪১ ৮৪৩ ৮৪৫ ৮৪৭
৪। ১০০ তকৈ সৰু যুগ্ম সংখাবোৰ লিখা।
Ans: ২,৪,৬,৮,১০,১২,১৪,১৬,১৮,২০,২২,২৪,২৬,২৮,৩০০,৩২,৩৪,৩৬,৩৮,৪০, ৪২,৪৪,৪৬,৪৮,৫০, ৫২,৫৪,৫৬,৫৮,৬০, ৬২, ৬৪, ৪৬, ৪৮, ৫০, ৫২, ৫৪, ৫৬, ৫৮, ৬০, ৬২, ৬৪, ৬৬, ৬৮, ৭০, ৭২, ৭৪, ৭৬, ৭৮, ৮০, ৮২, ৮৪, ৮৬, ৮৮, ৯০, ৯২, ৯৪, ৯৬, ৯৮ আদি।
৫। ৫০ তকৈ সৰু অযুগ্ম সংখ্যাবোৰ লিখা।
Ans: ১, ৩, ৫, ৭, ৯, ১১, ১৩, ১৫, ১৭, ১৯, ২১, ২৩, ২৫, ২৭, ২৯, ৩১, ৩৩, ৩৫, ৩৭৭, ৩৯, ৪১, ৪৩, ৪৫, ৪৭, ৪৯, আদি।