Chapter 7
ফুলকোঁৱৰৰ গীত
১/ ছমাহৰ বাটকে কেই দিনত গৈছিল ?
উত্তৰঃ এদিনত গৈছিল ।
২/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে কিহেৰে মাৰিলে টিপা ?
উত্তৰঃ ভৰিৰে মাৰিলে টিপা ।
৩/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকাঁৱৰে মুখেৰে কি বজালে ?
উত্তৰঃ মুখেৰে বজালে শঁখা ।
৪/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁলৰে কালৈ মাৰিলে চলি ?
উত্তৰঃ সৱালৈ মাৰিলে চলি ।
৫/ বাটৰ বাটৰুৱাই কিয় কৰে হৰি হৰি ?
উত্তৰঃ ফুলৰে তিৰবিৰ দেখি ।
৬/ ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা কি হ’ল ?
উত্তৰঃ ভাল হ’ল ।
৭/ বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি কি হ’ল ?
উত্তৰঃ তমস্কাৰ হ’ল ।
৮/ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ?
উত্তৰঃ কাঠৰ আছিল ।
৯/ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল ?
উত্তৰঃ মালিনীৰ বাৰীতে পৰিল ।
১০/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে সৱালৈ কি মাৰিলে ?
উত্তৰঃ সৱালৈ মাৰিলে শূল ।