Chapter 4
পিঠাৰ মেল
১/ পাচিত বহি কোনে কথা পাতি আছিল ?
উত্তৰঃ পিঠাবোৰে ।
২/ চুঙা পিঠাই কাক ঘপৰাই মাতিলে ?
উত্তৰঃ চুঙা পিঠাই খোলাচাপৰীয়া বাইকক মাতিলে ।
৩/ ঘিণাৰ চকুৰে কাক চাই ?
উত্তৰঃ লাৰু আৰু পিঠাবোৰক চাই ।
৪/ এইদৰে হ’লে আমি বেছি দিন জীয়াই থকাই টান বুলি কোনে কৈছিল ?
উত্তৰঃ পিঠাবোৰে কৈছিল ।
৫/ এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কোনে মাত দিলে ?
উত্তৰঃ সুতুলীয়ে মাত দিলে ।
৬/ ফেন উলিয়াই কোনে উত্তৰ দিলে ?
উত্তৰঃ ফেনি পিঠায় ।
৭/ মিছা কোৱা নাই বুলি কোনে কৈছিল ?
উত্তৰঃ আমাৰ চুঙা বোপায়ে কৈছিল ।
৮/ আজিকালি আৰু কোনে চিনি নাপায় ?
উত্তৰঃ অকমানিয়ে চিনি নাপায় ।
৯/ কি কি পিঠাই ‘পিঠাৰ মেল’ ত ভাগ লৈছিল ?
উত্তৰঃ চুঙা পিঠা, খোলাচাপৰী পিঠা, ফেনি পিঠা, আদিয়ে ভাগ লৈছিল ।
১০/ পিঠাৰ মেল কবিতা কবি কোন ?
উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকা ।