Chapter 2
পখী আৰু মানুহ
১/ সৰ্বধনু ৰজা জনৰ কি প্ৰিয় আছিল ?
উত্তৰঃ সৰ্বধনু ৰজা যনৰ চিকাৰ কৰা প্ৰিয় আছিল ।
২/ কিহৰ মঙহ নহ’লে তেওঁ ভাতকে নাখাইছিল ?
উত্তৰঃ চৰাইৰ মঙহ নহ’লে তেওঁ ভাতকে নাখাইছিল ।
৩/ তেওঁ সদায় ধনু -কাঁড়েৰে কি কি চৰাই বধ কৰিছিল ?
উত্তৰঃ তেওঁ সদায় ধনু-কাড়েৰে কপৌ, শালিকা, বগলী চৰাই বধ কৰিছিল ।
৪/ ভোজনৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই বুলি কোনে কাক কৈছে ?
উত্তৰঃ মধুকৰ নামৰ যুৱকে ৰজা সৰ্বধনুক কৈছে ।
৫/ খেতিয়কৰ পৰম বন্ধু কোন ?
উত্তৰঃ চৰাই বোৰ ।
৬/ মনৰ দুখত মধুকৰ এদিন কৈলৈ গুচি গৈছিল ?
উত্তৰঃ দূৰণিৰ ৰাজ্য় এখনলৈ গুচি গৈছিল ।
৭/ সেই ৰাজ্য়ৰ ৰজাজনৰ ছোৱালী জনিৰ নাম কি ?
উত্তৰঃ মাধৱী ।
৮/ সৰ্বধনুৰ ৰাজ্য়ত চৰাইবোৰ নোহোৱাৰ কাৰনে কি হৈছিল ?
উত্তৰঃ সৰ্বধনুৰ ৰাজ্য়ত চৰাই নোহোৱৱাৰ কাৰনে কীট-পতংগৰ সংখ্য়া বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য় খাই শেষ কৰিলে ।
৯/ ৰজা প্ৰজা সকলোৱেই খাদ্য়ৰ অভাৱত কি কৰিবলৈ বাধ্য় হ’ল ?
উত্তৰঃ ভিক্ষা কৰিবলৈ বাধ্য় হ’ল ।
১০/ ৰজা সৰ্বধমুৱে ভিক্ষা খুজি খুজি কত উপস্থিত হ’ল ?
উত্তৰঃ মধুকৰৰ ৰাজ্য়ত উপস্থিত হ’ল ।
১১/ মাধৱীক কাৰ লগত বিয়া দিছিল ?
উত্তৰঃ মধুকৰৰ লগত বিয়া দিছিল ।
১২/ তেওঁ সৰ্বধনুক আদৰি -সাদৰি কৰি নি ৰাজকাৰেঙৰ কি ৰূপে আদৰিছিল ?
উত্তৰঃ ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিছিল ।
১৩/ সধুকৰে কাৰ আগত নিজৰ পৰিচয় ব্য়ক্ত কৰিলে ?
উত্তৰঃ সধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্য়ক্ত কৰি ক’লে সহাৰাজ, মই সধুকৰ ।
১৪/ মধুকৰে সৰ্বধনুক কি উপহাৰ দিছিল ?
উত্তৰঃ এজাক চৰাই ।
১৫/ সৰ্বধনুৱে চৰাই জাক কত মেলি দিলে ?
উত্তৰঃ সৰ্বধনুৱে চৰাই জাক নিজ ৰাজ্য়লৈ নি মুকলি আকাশত মেলি দিলেগৈ ।
১৬/ যুৱকজনৰ কথা শুনি কাক বৰ খং উঠিল ?
উত্তৰ ঃ সৰ্বধনু বৰ খং উঠিল ।
১৭/ খঙৰ ভমকত তেওঁ কাক নমৰাকৈ থাকিল ?
উত্তৰঃ মধুকৰক নমৰাকৈ থাকিল ।
১৮/ চৰাই বোৰেও ভয় খাই কলে গুচি গ’ল ?
উত্তৰঃ সেই ঠাই এৰি আন দেশলৈ গুচচি গ’ল ।
১৯/ ক’ত চৰাই-চিৰিকটিৰ সচঁ পাবলৈকে নোহোৱা হ’ল ?
উত্তৰঃ দেশত চৰাই – চিৰিকটিৰ সচঁ পাবলৈকে নোহাৱা হ’ল ।
২০/ সৰ্বঝধনুৰ আদৰ – সাদৰ কৰি নি কি ৰূপে আদৰিলে ?
উত্তৰঃ ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিলে ।