Chapter 12
আগতে নিজে নিকা হ’
১/ আনক ধোৱাৰ আগতে ভাই নিজকে কি হবলৈ কৈছে ?
উত্তৰঃ নিজকে নিকা হবলৈ কৈছে ।
২/ নিজৰ হিয়া আৰু কি ধুই পখালি ল বুলি কৈছে ?
উত্তৰঃ নিজৰ হিয়া-মনৰ মলি ধুই পখালি ল বুলি কৈছে ।
৩/ আনক কোৱাৰ আগখিনিতে কি কবলৈ কৈছে ?
উত্তৰঃ নিজক সঁচা কবলৈ কৈছে ।
৪/ জীৱন ভৰাই কি কি জমা হ’ব ?
উত্তৰঃ জীৱন ভৰাই জমা হ’ব ধন-সোন আত্মিক ।
৫/ কবিতাটিৰ কবি কোন ?
উত্তৰঃ কবি- অম্বিকাগিৰী ৰায়চৌধুৰী ।
৬/
ত + ম = ত্ম , জ + ন + ম = জন্ম
স + ক = স্ক , ই + স + ক + ল = ইস্কল
যু + ক + ত = যুক্ত , শ + ব + দ = শব্দ
ভাঙিব লাগিব শিল
৭/ ক্ষত-বিক্ষত অঙ্গ আৱৰি মুখেদি কি পৰিব বাগৰি ?
উত্তৰঃ মুখেদি ৰক্ত পৰিব বাগৰি ।
৮/ কি ভাগৰি পৰাৰ কথা কৈছে ?
উত্তৰঃ কলিজাকণিও পৰিব ভাগৰি ।
৯/ শত জনমৰ কলঙ্ক কালিমা পূজি সাঁচি লোৱা গোলামি গৰিমা উটুৱাই নিব বাঢ়িব মহিমা তেহে কি হ’ব ?
উত্তৰঃ তেহে ক’লা-বগা হ’ব মিল ।
১০/ ভাঙিব লাগিব শিল কবিতাটিৰ কবি কোন ?
উত্তৰঃ কবি- অম্বিকাগিৰী ৰায়চোধুৰী ।