Chapter 11
অমলপ্ৰভা দাস
১/ অমলপ্ৰভা দাস কিহৰ হকে কাম কৰি আহিছে ?
উত্তৰঃ আমাৰ দেশৰ হকে কাম কৰি আহিছে ।
২/ অমলপ্ৰভা দাসে জাতিৰ পিতা মহাত্মা গান্ধী আৰু কত নিজকে বিলীন কৰি দিছিল ?
উত্তৰঃ আচাৰ্য বিনোৱাজীৰ আদৰ্শতেই নিজকে বিলীন কৰি দিছিল ।
৩/ সৰুৰে পৰাই নিজৰ ঘৰখনতে অমলপ্ৰভা দাসে কি পাইছিল ?
উত্তৰঃ সমাজ সেৱা তথা দেশসেৱাৰ এটি পৰিৱেশ পাইছিল ।
৪/ পঢ়া-শুনাৰ লগতে আৰু কি কৰিছিল ?
উত্তৰঃ নাচ-গানতো পাৰ্গত আছিল ।
৫/অমলপ্ৰভা দাসে কিমান বছৰত সূতা কাটিবলৈ শিকিলে ?
উত্তৰঃ ১০ বছৰত সূতা কাটিবলৈ শিকিলে ।
৬/ তেখেতৰ কি উদ্দেশ্য় আছিল ?
উত্তৰঃ কটন কলেদত আই. এছ. চি. পঢ়া উদ্দেশ্য় আছিল ।
৭/ তেখেত কলিকতা কোন খন কলেজত নামভৰ্ত্তি কৰিছিল ?
উত্তৰঃ তেখেত কলিকতাৰ বেথুন কলেজত নামভৰ্ত্তি কৰিছিল ।
৮/ অমলপ্ৰভা দাসৰ দেউতা আৰু মা’কৰ নাম কি ?
উত্তৰঃ দেউতা ড° হৰিকৃষ্ণ দাস আৰু মা হেমপ্ৰভা দাস ।
৯/ সেই উদ্য়োগবোৰ কি কি ?
উত্তৰঃ তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি ।
১০/ ড° হৰিকৃষ্ণ দাসে পম্নীৰ আশা পূৰাবলৈকে শৰণীয়া পাহাৰৰ সেই উদ্য়োগবোৰৰ ঘৰ-মাটি কস্তুবা স্মাৰক কাৰ নামত উচৰ্গা কৰিলে ?
উত্তৰঃ পত্নীৰ আশা পূৰাবলৈকে শৰণীয়া পাহাৰৰ সেই উদ্য়োগবোৰৰ ঘৰ-মাটি কস্তুৰবা স্মাৰক নিধিৰ নামত উচৰ্গা কৰিলে ।
১১/ চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ?
উত্তৰঃ ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিৰূপে পদ্মবিভূষ সন্মান প্ৰদান কৰিছিল য।
১২/ কাৰ মনলৈ অহংকাৰ ভাব আহিছিল ?
উত্তৰঃ প্ৰধান মন্ত্ৰীৰ মনলৈ অহংকাৰ ভাব অহিছিল ।
১৩/ অমলপ্ৰভা দাস আজীৱন কি হৈ আছিল ?
উত্তৰঃ অবিবাহিত হৈ আছিল ।
১৪/ ১৯২৭ চনত কি কি বিষয়ত লেটাৰ লৈছিল ?
উত্তৰঃ ১৯২৭ চনত গণিত আৰু ভূগোলত লেটাৰ লৈছিল ।
১৫/ ১৯৩৩ টনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা সুখ্য়াতিৰে কি পৰীক্ষা পাছ কৰে ?
উত্তৰঃ ডিষ্টিংচনসহ বি. এছ. চি. পৰীক্ষা পাছ কৰে ।