Chapter 6
জোনাকৰ জেউতি
১/ গাঁৱত এটা কি স্থাপিত হৈছে ?
উত্তৰঃ পুথিভঁৰাল স্থাপিত হৈছে ।
২/ পুথিভঁৰালটোৰ নাম কি ৰখা হৈছে ?
উত্তৰঃ জোনাক ।
৩/ গাৱৰে পুথিভঁৰালটোৰ পুথিভঁৰালী কাক পাতিছে ?
উত্তৰঃ নীলকান্ত দাদাক পাতিছে ।
৪/ তেওঁক সকলোৱে কি বুলি কয় ?
উত্তৰঃ তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয় ।
৫/ গাঁৱৰ গাঁওবুঢ়া যনৰ নাম কি ?
উত্তৰঃ শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱা ।
৬/ ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি কিয় কৈছে ?
উত্তৰঃ কিয়নো ইয়াত বহুতো কিতাপ থাকিব সেইবিলাক পঢ়িআমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নতুন নতুন কথা জানিব পাৰিম, নহয়নে বাৰু।
৭/ ভাৰতৰ প্ৰাচীন বিশ্ববিদ্য়ালয় নাম কি ?
উত্তৰঃ নালন্দা বিশ্ববিদ্য়ালয় ।
৮/ তাৰে মাজত বিজ্ঞালৰ সৰু কি কিতাপ আছিল ?
উত্তৰঃ ১’ নামৰ কিতাপ এখনো আছে ।
৯/ শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী কেই খন কিতাপ দান কৰে ?
উত্তৰঃ দহখন কিতাপ পুথিভঁৰালত দান কৰে ।
১০/ অ’, তোমালোকৰ গাঁৱত এইবেলি কি মেলা পাতিব ?
উত্তৰঃ গ্ৰন্থমেলা ।