Pollution
Word meaning
Page No : 70 (word meaning)
1. Live (লিভ) – জীয়াই থকা
2. Need (নিড) – প্ৰয়োজন
3. Breathe (ব্ৰিথ) – উশাহ লোৱা
4. Clean (ক্লিন) – নিকা
5. Fresh (ফ্ৰেচ) – সতেজ
6. Mixed (মিক্সড) – মিহলি হৈ থকা
7. Dust (ডাষ্ট) – ধুলি
8. Smoke (স্মোক) – ধোৱা
9. Polluted (পলিউটেড) – প্ৰদুষিত
10. Lung (লাং) – হাওঁফাওঁ
Page No : 71 (word meaning)
11. Industrial area (ইণ্ডাষ্টিয়েল এৰিয়া) – ঔদ্যৌগিক অঞ্চল
12. Chimney (চিমনি) – ওপৰলৈ ধোৱা এৰা মতন বিশেষ
13. Cloud (ক্লাউড) – মেঘ
14. Fumes (ফিউমচ) – ধোৱা
15. Noise (নইজ) – হুলস্থুল
16. Factories (ফেক্টৰীজ) – কাৰখানা
17. Automobiles (অট’ম’বাইল) – গাড়ী মটৰ
18. Dirty (ডাৰ্টি) – লেতেৰা
19. Foul (ফাউল) – মিছা
20. Smell (স্মেল) – গোন্ধ
21. Environment (এনভাইৰোণমেন্ট) – পৰিবেশ
22. Thick (থিক্) – গাঢ়
23. Care (কেয়াৰ) – যত্ন
24. Protect (প্ৰটেক্ট) – ৰক্ষা
25. Spoilt (স্পইলট) – নষ্ট হোৱা
26. Aware (এৱেৰ) – সজাগ হোৱা
27. Danger (ডেঞ্জাৰ) – বিপদ
28. Destroy (ডেচট্ৰই) – ধ্বংস
29. Plant (প্লান্ট) – উদ্ভিদ
30. Harmful (হাৰ্মফুল) – ক্ষতিকাৰক
31. Disease (ডিজিজ) – বেমাৰ
32. Warn (বাৰ্ণ) – সাৱধান কৰি দিয়া
33. Other ways (আদাৰ ৱেইজ) – আন উপায়
34. Regularly (ৰেগুলাৰলি) – নিয়মিতভাৱে
35. Reduce (ৰিডিউচ) – হ্ৰাস কৰা
36. Adopt (এডপ্ট) – গ্ৰহণ, অৱলম্বন কৰা
37. Measure (মিজাৰচ) – উপায় , ব্যৱস্থা
38. Valuable (ভেলুৱেবল) – মূল্যবান
39. Daily (ডেইলি) – দৈনন্দিন
40. Either (ইদাৰ , আইদাৰ ) – অথবা
41. Natural causes (নেচুৰেল কজেজ) – প্ৰাকৃতিক কাৰণ
42. Man made causes (মেন মেড কজেজ) – মানৱ সৃষ্ট কৰণ
43. Heard (হাৰ্ড) – শুনিছিল
44. Scientist (চাইন্টিষ্ট) – বৈজ্ঞানিক
45. Matter (মেটাৰ) – সামগ্ৰী
46. Earthquake (আৰ্থকুৱেক) – ভূমিকম্প
47. Garbage (গাৰ বেজ) – আৱৰ্জনা
48. Dump (ডাম্প) – জমা কৰা
49. Unfit (আনফিট) – অনুপযোগী
50. Establishment (এচটাব্লিমেন্ট) – প্ৰতিষ্ঠান
51. Toxic (টক্সিক) – বিষাক্ত
52. Enrich (এনৰিচ) – সমৃদ্ধ কৰা
Page No : 72 (word meaning)
53. Soil (চইল) – মাটি
54. Fertility (ফাৰ্টিলিটি) – উৰ্বৰা
55. Pesticides (পেষ্টিচাইডজ) – কীটনাশক
56. Degradable (ডিগ্ৰেডেবল) – পচি- সৰি যাব পৰা
57. Household (হাউচহ’ল্ড) – ঘৰুৱা
58. Damage (ডেমেজ) – ক্ষতিসাধন
59. Practices (প্ৰেক্টিচেচ) – চলন , ৰীতি
60. Safe (চেফ) – ৰক্ষিত
61. World (ৱৰ্ল্ড) – বিশ্ব
62. Planet (প্লেনেট) – গ্ৰহ
63. Ourselves (আৱাৰচেলভচ) – আমাক