I Love My Country
Word Meaning
Page No : 93 (word meaning)
1. Freedom Fighter (ফ্ৰিডম ফাইটাৰ) – মুক্তিযঁজুৰু
2. Noble (নোবল) – মহৎ
3. Parents (পেৰেন্টচ) – মা বা দেউতা
Page No : 94 (word meaning)
4. Peaceful (পিচফুল) – শান্তিপূৰ্ণ
5. Turn (টাৰ্ণ) – পাক
6. Movement (মুভমেন্ট) – চলাচল
7. Peak (পিক) – শিখৰ
8. Quit (কুইট) – এৰা , ত্যাগ কৰা
9. Streets (স্ট্ৰিটচ) ৰাস্তা
10. Join ( জইন) – যোগ দিয়া
11. Leader (লিডাৰ) – নেতা
12. Wing (ৱিঙ) – ডেউকা
13. Eagerly (ইগাৰলি) – আগ্ৰহেৰে
14. Impose (ইম্পোজ) – জাপি দিয়া
15. Ban (বেন) – নিষিদ্ধ কৰা
16. Protest (প্ৰটেষ্ট) – প্ৰতিবাদ
17. Rally (ৰেলী) – সমদল
18. Organized (অৰগেনাইজ) – আয়োজন কৰা
19. Gathered (গেদাৰড) – গোট খাইছিল
20. Preside (প্ৰিচাইড) – সভাপতিত্ব কৰা
21. Troops of soldiers (ট্ৰুপচ অৱ চোলজাৰচ) – সৈন্যদল
22. Arrive (এৰাইভ) – আগমন
23. Disperse (ডিসপাৰচ্) – ছত্ৰভংগ দিয়া
24. Arrest (এৰেষ্ট) – গ্ৰেপ্তাৰ কৰা
25. Crowd (ক্ৰাউড) – মানুহৰ ভিৰ
26. Fifty (ফিফটি) – পঞ্চাশ
27. Began (বিগান) – আৰম্ভ কৰিছিল
28. Meeting ground (মিটিঙ গ্ৰাউণ্ড) – সভাথলী
29. Force (ফৰ্চ) – বল , বাহিনী
30. Flag (ফ্লগ) – পতাকা
31. Forcefully (ফৰ্চফুলী) – জোৰেৰে
32. Calm (কাম) – শান্ত হৈ থকা
33. Beat (বিট) – প্ৰহাৰ কৰা
34. Pole (পোল) -খুটি
35. Unconscious (আনকনচিয়াচ) – অচেতন
36. Recover (ৰিকভাৰ) – গুৰাই লোৱা , সুস্থ হোৱা
37. Insult (ইনচাল্ট) – অপমান
38. Anger (এংগাৰ) – খঙ
39. Close range (ক্লেজ ৰেঞ্জ) – ওচৰত পৰা
40. Shot (চট) – গুলিয়াইছিল
41. Lap (লেপ) – কোলা
42. Breathed her last (ব্ৰিথেদ হাৰ লাষ্ট) – শেষ উশাহ লোৱা
43. Martyr (মাৰ্টিয়াৰ) – শ্বহীদ