Chapter 5
তাপ আৰু উষ্ণতা
১) তাপ মানে কি ?
ক) সূৰ্য তাপ
খ) শক্তি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) শক্তি
২) উষ্ণতা মানে কি ?
ক) তাপ মাত্ৰা
খ) শক্তি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) তাপ মাত্ৰা
৩) সূৰ্যৰ ভিতৰত কেইটা ৰং থাকে ?
ক) ৬ টা
খ) ৭ টা
গ) ৮ টা
Ans: খ) ৭ টা
৪) উষ্ণতা কিহৰ জোক ?
ক) সমাজ বিজ্ঞানৰ
খ) বিজ্ঞানৰ
গ) ইয়াৰ ভিতৰত এটা নহয়
Ans: খ) বিজ্ঞানৰ
৫) তাপে কি কাম কৰে ?
ক) বহু কাম কৰে
খ) তাপে কাম নকৰে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) বহু কাম কৰে
৬) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই ?
ক) নাথাকিব
খ) থাকিব
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) নাথাকিব
৭) বস্তুৰ দীঘ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় ?
ক) স্কেল আৰু ৰচী
খ) যন্ত্ৰ আৰু মেচিন
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) স্কেল আৰু ৰচী
৮) ছাৰ আইজাক নিটন এজন কি আছিল ?
ক) নেটা আছিল
খ) বিজ্ঞানিক আছিল
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) বিজ্ঞানিক আছিল
৯) ছাৰ আইজাকজ নিটন কি চাজ কৰিছিল ?
ক) মেচিন
খ) সূৰ্য
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) সূৰ্য
১০) পোহৰ তাপ কিহৰ এটা অংশ ?
ক) সূৰ্যৰ
খ) শক্তিৰ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) শক্তিৰ