Chapter 4
কাৰ্য্য আৰু বল
১) কাৰ্য্য মানে কি ?
ক) ব্যৱহাৰ কৰা
খ) কাম কৰা
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) কাম কৰা
২) বলে কি কৰে ?
ক) বলে বস্তুৰ ঠাই সলায়
খ) বলে কাম কৰে
গ) ইয়াৰ ভঙিতৰত এটাও নহয়
Ans: ক) বলে বস্তুৰ ঠাই সলায়
৩) বলৰ বিপৰীত কেইটা ?
ক) ১ টা
খ) ৩ টা
গ) ২ টা
Ans: গ) ২ টা
৪) জীৱই কি কাম কৰে ?
ক) নানান কাম কৰে
খ) এটা কাম কৰে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) নানান কাম কৰে
৫) কাম কৰিবলৈ কি প্ৰয়োজন হয় ?
ক) শক্তি
খ) আৰাম
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শক্তি
৬) টেবুল এন নিজে লচৰ ?
ক) হয়
খ) নহয়
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) নহয়
৭) বল দুটা অসমান অৰ্থা সমান ?
ক) নহয়
খ) হয়
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) নহয়
৮) সঁজুলিবোৰৰ ভিতৰত কিছুমান বেছি কি কৰিব পাৰে ?
ক) ব্যৱহাৰ কৰিব পাৰে
খ) কাম কৰিব পাৰে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) কাম কৰিব পাৰে
৯) কিহৰ সহায়ত কামবোৰ সহজে কৰিব পাৰি ?
ক) কামৰ সহায়ত
খ) বলৰ সহায়ত
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) বলৰ সহায়ত
১০) হাতুৰীৰে কি কাম কৰিব পাৰে ?
ক) লুহাৰ কাম
খ) কাঠৰ কাম আদি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) কাঠৰ কাম আদি