Chapter 15
অসমৰ কেইবিধমান প্ৰধান খেতি
১) অসমৰ মানুহৰ প্ৰধান খাদ্য কি ?
ক) ৰুটি আৰু মাংস
খ) ভাত
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) ভাত
২) খেতি বিভিন্ন ধৰণৰ আছে ?
ক) অশুদ্ধ
খ) শুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) শুদ্ধ
৩) ৰোৱা ধান গছৰ পুলিক কি বুলি কোৱা হয় ?
ক) কঠীঁয়া বা ভূঁই
খ) ৰোৱা ধান
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) কঠীঁয়া বা ভূঁই
৪) মৰাপাটৰ পৰা কি কি তৈয়াৰ কৰা হয় ?
ক) ৰচী আৰু বস্তা
খ) সূতা বা কাপোৰ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) ৰচী আৰু বস্তা
৫) অসমত চাহ খেতি কৰা হয় ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৬) কুহিঁয়াৰৰ পৰা কি কি তৈয়াৰ কৰা হয় ?
ক) নিমখ আৰু চাহ পাত
খ) চেনি আৰু গুড়
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) চেনি আৰু গুড়
৭) ক’ ত বেছি সৰিয়হ খেতি ভালকৈ হয় ?
ক) অসমত
খ) চীন দেশত
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) চীন দেশত
৮) ধানৰ গছৰ আন এটা নাম কি ?
ক) কঠীঁয়া
খ) শস্য
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) শস্য
৯) ধানৰ পৰা আমি কি পাওঁ ?
ক) মগুৰ আৰু মাখন
খ) চাউল
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) চাউল
১০) আলু খেতি কি ঠাইত কৰা হয় ?
ক) গৰম ঠাইত
খ) ঠাণ্ডা ঠাইত
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) ঠাণ্ডা ঠাইত