Chapter 14
প্ৰাণীৰ পৰা পোৱা বস্তু
১) আন প্ৰাণীৰ পৰা মানুহে বহুত খোৱাবস্তু পায়?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
২) এৰী আৰু মূগা সূতাক কি বুলি কোৱা হয় ?
ক) পাত কোপোৰ
খ) ৰেছমী বা ছিল্ক
গ) ইয়াৰ বিতৰত এটাও নহয়
Ans: খ) ৰেছমী বা ছিল্ক
৩) পখিলাবোৰে পলুৰ জন্ম দিয়ে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৪) পলুবোৰে কি খায় ?
ক) পাত
খ) ঘাঁহ- বন
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) পাত
৫) মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৬) কিছুমান প্ৰাণীয়ে সকলো কাম কৰে?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহৰয়
Ans: ক) শুদ্ধ
৭) গাখীৰ আৰু খেতি বাবে কি জন্তু পোহে ?
ক) ছাগলী আৰু ঘোৰাঁ
খ) গৰু
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) গৰু
৮) কি জন্তু আবৰ্জনা খাই পৰিষ্কাৰ কৰে ?
ক) কাউৰী , শগুণ আদি
খ) শালিকা , বগলী আদি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) কাউৰী , শগুণ আদি
৯) জোতা কি জন্তু পৰা লোৱা হয় ?
ক) গৰু
খ) ছাগলী
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) গৰু
১০) মৰুভূমিত মানুহে অহা – যোৱা কৰিবলৈ ঊট ব্যৱহাৰ কে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ