A Holiday in Delhi
Word Meaning
Page No. 57 (word meaning)
Box 1
Recognise – চিনাক্ত কৰক
below – তলত
place – ঠাই
historical – ঐতিহাসিক
importance – গুৰুত্ব
tourist – পৰ্যটক
interest – আগ্ৰহ
jumbled – খেলিমেলি কৰা হৈছে
pairs – যোৰ
page No. 58 (word meaning)
thoughtSpeeding (স্পিডিঙ) – খুব বেগেৰে গৈ থকা
2. Pestered (পেষ্টৰড) – দিগদাৰী দিছিল
3. Holiday (হলিদেই) – বন্ধৰ দিন , চুটিৰ দিন
4. Pleaded (প্লিডেড) – সমৰ্থনত কোৱা
Fully
5. Support (চাপ’ট) – সমৰ্থন কৰা
6. Begged (বেগ্ড) – ভিক্ষা খোজা
7. Fondly (ফন্দলী) – অনুৰাগেৰে
8. Recalled (ৰিক’ল্ড) – মনত পেলাইছিল
9. Reluctant (ৰিলাক্টেন্ট) – বিৰক্ত
10. Lips (লিপ) – ওঠ
Worry – চিন্তা
well – বাৰু
recalled – মনত পেলোৱা হৈছে
11. Ultimately (আল্টিমেটলি) – শেষত
12. Agree (এগ্ৰি) সন্মত হোৱা
13. Mischievous (ম্চচিভিআচ) – দুষ্ট
page No 59 (word meaning)
14. Tickets
15. Arranged (এৰেঞ্জড) – যোগাৰ কৰা
16. Booked (বুক্ড) – আৰক্ষিত কৰা
trip – ভ্ৰমণ
17. Chalked out (চক্ড আউট) – ৰূপৰেখা প্ৰস্তুত কৰা
18. Lavish (লভিছ) – খৰচী
19. Lawn (লন) – ঘাঁহ
20. Wonderful (ৱন্দাৰফুল) – আচৰ্শ্বকৰ
21. Complimentary (কমপ্লিমেন্টেৰী) – পৰিপূৰক
22. Buffet (বাফেট) – সৰু ভোজনালয়
breakfast – জলপান
especially – বিশেষকৈ
structure – আকাৰ
23. Amazed (এমেজড) – আচৰিত হোৱা
recognized – স্বীকৃত
24. Huge (হিউজ) – ডাঙৰ , প্ৰকাণ্ড
25. Red Fort (ৰেড ফ’ট) – লাল কিল্লা
26. Shouted (চাউটোড) – চিঞৰিছিল
27. Excitedly (এক্সাইটেডলী) – উত্তেজনাৰে
28. Luxury (লাক্জালী) – বিলাসী
Agra – আগ্ৰা
29. Afford (এফোৰ্ড) – সহ্য কৰিব পৰা
30. Sped (স্পেড) – বেগত থকা
31. Felt (ফেল্ট) – অনুভৱ কৰিছিল
wonderful – আশ্চৰ্যজনক
suddenly – হঠাতে
something – কিবা এটা
32. Below (বিলোড) – তলত
33. Bent down (বেন্ট ডাউন) – তললৈ হাউলী পৰা
34. Picked up (পিক্ড আপ) – তুলি লৈছিল
35. Wallet (ৱালেট) – ধনৰ মোনা
lying – মিছা কোৱা
floor – মজিয়া
36. Beside (বিচাইড) – কাষত
37. Usual (ইউজুৱেল) – সামান্য
38. Asleep (এচলিপ) – শুই পৰা
got – পাইছে
39. Embarrassed (এমবেৰেচড) – লাজ পোৱা
habit (হেবিত) – অভ্যাস
find (ফাইন্দ) – বিচাৰ
owner (অন্যাৰ) – মালিক
40. Woke up (ৱোক আপ) – জগাই দিছিল
41. Trace (ট্ৰেছ) – খোজৰ চিন বিচৰা
42. Returned (ৰিটাৰ্ণড) – উভতাই দিছিল
43. Slip of paper (স্লিপ অৱ পেপাৰ) – কাগজৰ টুকুৰা
inside – ভিতৰত
person – ব্যক্তি
dialed – ডায়েল কৰা হৈছে
44. By any chance (বাই এনি চাঞ্চ) – কিবা প্ৰকাৰে
page no 60 (word meaning)
45. Worried (ৱৰিদ) – চিন্তা কৰিছিল
46. ATM card (এটিএম কাৰ্ড) – এটিএম পত্ৰ
driving licence
47. Visiting (ভিজিটিঙ) – দৰ্শন কৰা
48. Would be Stopping (ৱুদ বি ষ্টপিঙ) – যাত্ৰাৰ মাজতে ৰোৱা
49. Described (ডেচক্ৰইৱড) – বৰ্ণনা কৰিছিল
50. Hour’s time (আৱাৰচ টাইম) – এ ঘন্টা সময়
51. Hand over (হেন্দ অভাৰ) – সপি দিয়া
52. Meanwhile (মিনহোৱাইল) – এনে সময়তে
53. Fixed (ফিক্সড) – লাগি ধৰিছিল
54. Stood (ষ্টুড) – থিয় হৈছিল
55. Introduced (ইন্ট্ৰোডিউচ্ড) – চিনাকী কৰি দিয়া
56. Businessman (বিছনেছমেন) – ব্যৱসায়ী
57. Offering (অফাৰিঙ) – প্ৰস্তাৱ কৰা
58. Refused (ৰিফিউজড) – নাকচ কৰিছিল
59. Lost (লষ্ট) – হেৰাই যোৱা
60. Promise (প্ৰমিছ) – কথা দিয়া
61. Keep in touch (কিপ ইন টাচ্চ) – সংযোগত থকা