পৰিমাণৰ তুলনা
অনুশীলনী 8.5
1. দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা জয়পুৰৰ এটা প্ৰতিষ্ঠানলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ- সৰ্ব্বোচ্চ খুচুৰা মূল্য 60,000 টকা, ৰেহাই 20%, জি এছ টি (GST) 28%
হ’লে ৰেহাইৰ পৰিমাণ, বিক্ৰীমূল্য, চি জি এছ টি, এছ জি এছ টি, আই জি এছ টি আৰু বিসৰ পৰিমাণ উলিওৱা।
Solution:
2. গুৱাহাটীৰ এটা বিতৰণ কেন্দ্ৰৰ পৰা ধুবুৰীৰ এটা বিতৰণ কেন্দ্ৰলৈ হোৱা লেনদেনৰ হিচাপ এনে ধৰণৰ- সৰ্ব্বোচ্চ খুচুৰা মূল্য 90,000 টকা, ৰেহাই 30%, এছ জি এছ টি 9%, চি জি এছ টি 9% হ’লে বিক্ৰীমূল্য এছ জি এছ টি, চি জি এছ টি, আই জি এছ টি, আৰু বিলৰ পৰিমাণ পৰিমাণ উলিওৱা।
Solution:
3. তলৰ বিলখনৰ খালী ছাইবোৰ পূৰ কৰি বিলৰ পৰিমাণ উলিওৱাঃ
Solution: