Chapter 9
সাহসী ছোৱালীজনী
১. ” বন্দে মাতৰম্ ” ধ্বনি দি শোভাযাত্ৰা দলটো কলৈ আগবাঢ়িছিল ?
(ক)গহপুৰ থানাৰ অভিমুখে
(খ)গহপুৰ গাৱৰ অভিমুখে
(গ)এটাও নহয়
উত্তৰঃ (ক)গহপুৰ থানাৰ অভিমুখে
২. দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেই কোমল বয়সীয়া ছোৱালীজনী কোন ?
(ক)পিয়লি ফুকন
(খ)কনকলতা
(গ)এটাও নহয়
উত্তৰঃ (খ)কনকলতা
৩. কনকলতাৰ জন্মস্থান ক’ত ?
(ক)শোণিতপুৰ জিলাৰ বৰঙাবাৰী
(খ)গহপুৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)শোণিতপুৰ জিলাৰ বৰঙাবাৰী
৪. কনকলতাৰ সম্পূৰ্ণ নামটো কি ?
(ক)কনকলতা শৰ্মা
(খ)কনকলতা ফুকন
(গ)এটাও নহয়
উত্তৰঃ (গ)এটাও নহয়
৫. কনকলতাৰ পিতৃৰ নাম কি ?
(ক)স্বৰ্গীয় কৃষ্ণকান্ত বৰুৱা
(খ)স্বৰ্গীয় কৰ্ণেশ্বৰ বৰুৱা
(গ)এটাও নহয়
উত্তৰঃ (ক)স্বৰ্গীয় কৃষ্ণকান্ত বৰুৱা
৬. _____________ কণ্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল ?
(ক)উত্তপ্ত
(খ)উদাত্ত
(গ)এটাও নহয়
উত্তৰঃ (খ)উদাত্ত
৭. ‘ প্ত ‘ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব –
(ক)প + ট
(খ)প + ত
(গ)এটাও নহয়
উত্তৰঃ (খ)প + ত
৮. ‘হ + ব’ এই যুক্তাক্ষৰটো গঠন কৰিলে হ’ব –
(ক)হ্ব
(খ)হ্ৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)হ্ব
৯. ‘ষ্ণ’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব –
(ক)ষ + ণ
(খ)ষ + ঞ
(গ)এটাও নহয়
উত্তৰঃ (ক)ষ + ণ
১০. ‘ছোৱালী’ এই শব্দটো কি লিংগ ?
(ক)পুংলিংগ
(খ)স্ত্ৰীলিংগ
(গ)এটাও নহয়
উত্তৰঃ (খ)স্ত্ৰীলিংগ