Chapter 8
গাই গাই যাওঁ
১. ৰ’দো দিলে বৰষুণো দিলে কাৰ বিয়া হয় ?
(ক)ঘনচিৰিকাৰ
(খ)খঁৰা শিয়ালৰ
(গ)এটাও নহয়
উত্তৰঃ(খ)খঁৰা শিয়ালৰ
২. তলী শব্দৰ অৰ্থ কি ?
(ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )
(খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ
(গ)এটাও নহয়
উত্তৰঃ (ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )
৩. তলি শব্দৰ অৰ্থ কি ?
(ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )
(খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ
(গ)এটাও নহয়
উত্তৰঃ (খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ
৪. ৰংচুৱা পাখিৰে কণমানি __________
(ক)পখিলাটি
(খ)চৰাই
(গ)এটাও নহয়
উত্তৰঃ (খ)চৰাই
৫. তলৰ কোনটো ভৱিষ্য়ত কাল ?
(ক)গৈছিলো
(খ)যাম
(গ)এটাও নহয়
উত্তৰঃ (খ)যাম
৬. ৰ’দালিৰ মাকৰ কেইডালি চুলি ?
(ক)তিনিডালি
(খ)চাৰিডালি
(গ)এটাও নহয়
উত্তৰঃ (ক)তিনিডালি
৭. মাহ + তলী =
(ক)মাহতলি
(খ)মাহতলী
(গ)এটাও নহয়
উত্তৰঃ (খ)মাহতলী
৮. হু্ৰ হু্ৰ বতা চৰাই মোৰ ________ নাখাবি
(ক)ধান
(খ)মাহ
(গ)এটাও নহয়
উত্তৰঃ (ক)ধান
৯. খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে ?
(ক)ৰ’দালিয়ে
(খ)ৰ’দালিৰ মাকে
(গ)এটাও নহয়
উত্তৰঃ (গ)এটাও নহয়
১০. তলৰ কোনটা ভৱিষ্যত কাল ?
(ক)কৰিব
(খ)কৰিলে
(গ)এটাও নহয়
উত্তৰঃ (ক)কৰিব