Chapter 7
সবৰমতী আশ্ৰমত গান্ধীজী
১. সভাৰ সময়ত কোন আহি নাপালে ?
(ক)কচোৱানজন
(খ)গান্ধীজী
(গ)এটাও নহয়
উত্তৰঃ (ক)কচোৱানজন
২. তলৰ কোনটো শব্দ শুদ্ধ ?
(ক)সৱৰমতী
(খ)সবৰমতী
(গ)এটাও নহয়
উত্তৰঃ (খ)সবৰমতী
৩. ঋষি -মুনি বাস কৰা ঠাই =
(ক)বিদ্যালয়
(খ)আশ্ৰম
(গ)এটাও নহয়
উত্তৰঃ (খ)আশ্ৰম
৪. ‘ঞ্ছ’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব =
(ক)ঞ + ছ
(খ)ঞ + চ
(গ)এটাও নহয়
উত্তৰঃ (ক)ঞ + ছ
৫. সভাত উপস্থিত থকা লোক =
(ক)সমাজকৰ্মী
(খ)সভাসদ
(গ)এটাও নহয়
উত্তৰঃ (খ)সভাসদ
৬. এজন বা এটাক বুজালে কি বচন বুলি কোৱা হয় ?
(ক)একবচন
(খ)বহুবচন
(গ)এটাও নহয়
উত্তৰঃ (ক)একবচন
৭. সুখী শব্দৰ বিপৰীত শব্দটো কি ?
(ক)দুখী
(খ)সুবিধা
(গ)এটাও নহয়
উত্তৰঃ (ক)দুখী
৮. লাঞ্ছিত শব্দৰ অৰ্থ কি ?
(ক)ইচ্ছা
(খ)লাজ পোৱা
(গ)এটাও নহয়
উত্তৰঃ (খ)লাজ পোৱা
৯. সন্মান শব্দৰ বিপৰীত শব্দটো কি ?
(ক)অসন্মান
(খ)অসুবিধা
(গ)এটাও নহয়
উত্তৰঃ (ক)অসন্মান