Chapter 6
ময়ূৰ পক্ষীৰ জন্ম কাহিনী
১. স্বৰ্গৰ দেৱতাসকলৰ ৰজা কোন ?
(ক)বালিমাহী চৰাই
(খ)ইন্দ্ৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)ইন্দ্ৰ
২. মৰতৰ বতৰা ল’বলৈ ইন্দ্ৰই প্ৰতিবছৰে একোবাৰ কাক পৃথিৱীলৈ পঠিয়ায় ?
(ক)বালিমাহীক
(খ)দেৱকন্যাক
(গ)এটাও নহয়
উত্তৰঃ (ক)বালিমাহীক
৩. বালিমাহীৰ কথা শুনি কাৰ মৰ্ত্যলৈ আহিবলৈ হেঁপাহ জাগিল ?
(ক)দেৱকন্যাৰ
(খ)দেৱৰাজৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)দেৱকন্যাৰ
৪. কি কালত দেৱকন্যা পূথিৱীলৈ আহিছিল ?
(ক)বসন্ত কালত
(খ)হেমন্ত কালত
(গ)এটাও নহয়
উত্তৰঃ (খ)হেমন্ত কালত
৫. মৰ্ত্যত দেৱকন্যাই ফলৰ লগতে আৰু কি খাইছিল ?
(ক)ধঁতুৱা গছৰ গুটি
(খ)সৰিয়হৰ ফুল
(গ)এটাও নহয়
উত্তৰঃ (ক)ধঁতুৱা গছৰ গুটি
৬. দেৱকন্যা মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি শেষত কি হ’ল ?
(ক)পুনৰ পূথিৱীত পৰিলহি
(খ)মূত্য়ু মুখত পৰিল
(গ)এটাও নহয়
উত্তৰঃ (ক)পুনৰ পূথিৱীত পৰিলহি
৭. শেষত দেৱকন্যা পূথিৱীত কি হৈ থাকিল ?
(ক)বালিমাহী
(খ)ময়ূৰ পখী
(গ)এটাও নহয়
উত্তৰঃ (খ)ময়ূৰ পখী
৮. ‘গ্ধ’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব –
(ক)গ + ধ
(খ)ব + ধ
(গ)এটাও নহয়
উত্তৰঃ (ক)গ + ধ
৯. বুদ্ধদেৱৰ আন এটা নাম কি ?
(ক)শুদ্ধোধন
(খ)সিদ্ধাৰ্থ
(গ)এটাও নহয়
উত্তৰঃ (খ)সিদ্ধাৰ্থ
১০. বুদ্ধদেৱৰ দেউতাকৰ নাম কি আছিল ?
(ক)শুদ্ধোধন
(খ)অশোক
(গ)এটাও নহয়
উত্তৰঃ (ক)শুদ্ধোধন