Chapter 13
শিৱসাগৰলৈ যাত্ৰা
অনুশীলনী
১। উত্তৰ লিখা
(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা।
উত্তৰঃ
(খ) শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম লিখা।
উত্তৰঃ
(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।
উত্তৰঃ
(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ
২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল?
উত্তৰঃ
৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা ? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?
উত্তৰঃ
৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰিশাৰীকৈ বাক্য লিখা—
পৰিবহণ, ৰে’লগাড়ী, বাচন-বৰ্তন, যান-বাহন আৰু জলপথ
উত্তৰঃ