Chapter 15
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
1. কাৰ যোগেদি উৎপাদনৰ উৎকৰ্ষ সাধন কৰিব পাৰি ?
a) পশুপালন আৰু কৃষিখণ্ড
b) উন্নত বীজc) উন্নত সাৰ
Ans: a) পশুপালন আৰু কৃষিখণ্ড
2. ভাৰতৰ জনসংখ্য়া কিমান ?
a) 100 কোটিতকৈ বেছি
b) 200 কোটি
c) 300 কোটি
Ans: a) 100 কোটিতকৈ বেছি
3. গাখীৰ (দুগ্ব) ৰ উভয়নদী কৰিব পৰা ব্য়ৱহাৰটোৰ নাম–
a) সেউজ বিপ্লৱ
b) পশুপালন
c) শ্বেত বিপ্লৱ
Ans: c) শ্বেত বিপ্লৱ
4. তৈলে বীজ হ’ল–
a) চয়াবীন, বাদাম
b) সৰিয়হ, তিচি
c) ওপৰৰ দুয়োটা
Ans: c) ওপৰৰ দুয়োটা
5. প্ৰয়োজনীয় চৰ্বী যোগান ধৰে—
a) মাংস, মাছ
b) সৰিয়হ চয়াবীন
c) ভাত আৰু ৰুটি
Ans: b) সৰিয়হ চয়াবীন
6. পশুধনৰ খাদ্য়—
a) ঘাঁহ আৰু খেৰ
b) বাৰচীম, চুদান ঘাঁহ
c) ওপৰৰ দুয়োটা
Ans: c) ওপৰৰ দুয়োটা
7. ৰবি শস্য় হ’ল—
a) ঘেঁহু, বুট
b) মগু, গোমধান
c) ওপৰৰ এটাও নহয়
Ans: a) ঘেঁহু, বুট
8. শস্য় উৎপাদনৰ উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়া কেইটা ?
a) চাৰিটা
b) তিনিটা
c) পাঁচটা
Ans: b) তিনিটা
9. কি পদ্ধতিৰ সহায়ত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি ?
a) সেউউ বিপ্লৱ
b) বৰ্ণ সংকৰণ
c) শ্বেত বিপ্লৱ
Ans: b) বৰ্ণ সংকৰণ
10. কি অৱস্থাত খেতি কৰিব নোৱাৰি ?
a) পানীb) বোকা, মাটি
c) ওপৰৰ এটাও নহয়
Ans: c) ওপৰৰ এটাও নহয়
11. গাখীৰত প্ৰটিন থাকে—
a) 4.00
b) 4.50
c) 0.70
Ans: a) 4.00
12. কণীত চৰ্বী থাকে—
a) 13.00
b) 16.00
c) 12.00
Ans: c) 12.00
13. মাংসত পানী থাকে–
a) 74.20 L
b) 77.20 L
c) 73. 20 L
Ans: a) 74.20 L
14. মীন পামত পালন কৰা হয়—
a) মীন
b) মিশ্ৰিত মৎস্য়
c) ওপৰৰ এটাও নহয়
Ans: b) মিশ্ৰিত মৎস্য়
15. শাৰী শাৰীকৈ কৰা কৃষিক—-
a) অন্তৰাৱৰ্তী কৃষি
b) ঝুম কৃষি
c) ওপৰৰ এটাও নহয়
Ans: a) অন্তৰাৱৰ্তী কৃষি
16. ভাৰতবৰ্ষ এখন কি ৰাজ্য়?
a) জনসংখ্য়া কম
b) জনবহুল ৰাষ্ট্ৰ
c) ওপৰৰ দুয়োটা
Ans: b) জনবহুল ৰাষ্ট্ৰ
17. আমাৰ খাদ্যৰ প্ৰাণীজ প্ৰ’টিনৰ প্ৰধান উৎস কি ?
a) মাংস
b) কণী
c) মাছ
Ans: c) মাছ
18. উদ্ভিদৰ বাবে প্ৰায় কিমান বিধ অনুপোষকৰ প্ৰয়োজন ?
a) ১৬ বিধ
b) ১৭ বিধ
c) ১৮ বিধ
Ans: a) ১৬ বিধ
19. কিহৰ উৎপাদনৰ কাৰণে ঘৰচীয়া হাঁহ-কুকুৰ পালন কৰা হয় ?
a) কণী
b) মাংস
c) মাছ
Ans: a) কণী
20. জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ।
a) ৰবি শস্য়
b) খাৰিফ শস্য়
c) ওপৰৰ এটাও নহয়
Ans: b) খাৰিফ শস্য়