Chapter 4
আমাৰ পৰিৱেশ
১) মাংসাহাৰী প্ৰাণীক কি বুলি কোৱা হয়?
(ক) সৰ্বভোজী প্ৰাণী।
(খ)প্ৰথম উপভোক্তা।
(গ) দ্বিতীয় উপভোক্তা।
Answer: দ্বিতীয় উপভোক্তা।
২) পৃথিৱীৰ উপৰিভাগ আগুৰি থকা টান খোলটো কি?
(ক) জলমণ্ডল।
(খ) স্থলমণ্ডল।
(গ) জীৱমণ্ডল।
Answer: স্থলমণ্ডল।
৩) স্থলমণ্ডলৰ ওপৰৰ তৰপটো কিহেৰে আবৃত?
(ক) মাটি।
(খ) পানী।
(গ) বায়ু।
Answer: মাটি।
৪) পৃথিৱীক আৱৰি থকা বায়ুৰ পাতল আৱৰণটো কি?
(ক) বায়ুমণ্ডল।
(খ) আগ্নেয়গিৰি।
(গ) জলপ্ৰপাত।
Answer: বায়ুমণ্ডল।
৫) অসমত কি কাৰণত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়?
(ক) অসমত উদ্ভিদৰ পৰিমাণ বেছি বাবে।
(খ) মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।
(গ) বিভিন্ন বনাঞ্চল থকাৰ বাবে।
Answer: মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।
৬) পৰিৱেশৰ অজৈৱিক উপাংশবোৰ কি কি?
(ক) বায়ু, মাটি, পানী।
(খ) চন্দ্ৰ, সূৰ্য, পৃথিৱী।
(গ) নদী, সাগৰ, মহাসাগৰ।
Answer: বায়ু, মাটি, পানী।
৭) মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা পৰিৱেশক কি বোলে?
(ক) প্ৰাকৃতিক পৰিৱেশ।
(খ) মানৱ সৃষ্টি পৰিৱেশ।
(গ) ওপৰৰ এটাও নহয়।
Answer: মানৱ সৃষ্টি পৰিৱেশ।
৮) মানুহে সকলো কাৰ্যৰ বাবে কাৰ ওপৰত নিৰ্ভৰশীল হয়?
(ক) উদ্ভিদ।
(খ) প্ৰাণী।
(গ) পৰিৱেশ।
Answer: পৰিৱেশ।
৯) প্ৰথম উপভোক্তা বুলি কাক কোৱা হয়?
(ক) মানুহক।
(খ) জীৱ-জন্ত্তক।
(গ) তৃণভোজী প্ৰাণীক।
Answer: তৃণভোজী প্ৰাণীক।
১০) আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা কোনে বচায়?
(ক) পানীয়ে।
(খ) বতাহে।
(গ) বায়ুৱে।
Answer: বায়ুৱে।
১১) স্থলমণ্ডল স্তৰটো কিহৰ দ্বাৰা গঠিত?
(ক) শিল আৰু মণিক।
(খ) মাটি।
(গ) ওপৰৰ এটাও নহয়।
Answer; শিল আৰু মণিক।
১২) উদ্ভিদ আৰু মাংস দুয়োবিধ গ্ৰহণ কৰা প্ৰাণীক কি বোলে?
(ক) সৰ্বভোজী।
(খ) জৈৱিক উপাংশ।
(গ) বিয়োজক।
Answer: সৰ্বভোজী।
১৩) পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত অপৰিহাৰ্ষ উপাদান কি?
(ক) জলবায়ু।
(খ) উদ্ভিদ।
(গ) পানী।
Answer: পানী।
১৪) বিভিন্ন কৌশলেৰে ৰ’দ, বতাহ,পানী আদিৰ পৰা কি সংগ্ৰহ কৰা হয়?
(ক) বিভিন্ন সামগ্ৰী।
(খ) শক্তি।
(গ) ওপৰৰ এটাও নহয়।
Answer: শক্তি।
১৫) মানুহে নিজৰ প্ৰয়োজন পুৰাবলৈ কিহক কামত খটুৱায়?
(ক) নিজৰ পৰিৱেশত থকা সমলবোৰ।
(খ) মানৱ সৃষ্ট পৰিৱেশ ওপৰত।
(গ) ওপৰৰ এটাও নহয়।
Answer : নিজৰ পৰিৱেশত থকা সমলবোৰ।
১৬) পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কাৰ ওপৰত নীৰ্ভৰশীল?
(ক) স্থলভাগৰ ওপৰত।
(খ) দক্ষিণ-পশ্চিম মৌছুমী বতাহৰ ওপৰত।
(গ) ওপৰৰ এটাও নহয়।
Answer: স্থলভাগৰ ওপৰত।
১৭) কাৰ্বি পাহৰৰ মানুহে ক ঝুম পদ্ধতিৰে খেতি কৰে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
(গ) ওপৰৰ এটাও নহয়
Answer: শুদ্ধ।
১৮) মানুহৰ লগতে পৰিৱেশৰ সকলো উপাদানৰ মাজত নিবিড় সম্পৰ্ক আছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৯) বৰ্তমান কাৰ্বন-ডাই-অক্সাইড গেছ বৃদ্ধি হৈ থকা বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
২০) অজৈৱিক উপাদানসমূহৰ ভিতৰত জয়বায়ুৰ প্ৰভাৱ যথেষ্ট।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।