Chapter 6
মানৱ সৃষ্ট পৰিৱেশ
১) কিছুমান শস্যৰ খেতি গ্ৰীষ্মকালত কৰা হয় ইয়াক কি বোলে?
(ক) ৰবি শস্য।
(খ) খাৰিফ শস্য।
(গ) জায়দ।
Answer: জায়দ।
২) বাৰিষাকালত অসমত বৃষ্টিপাত হোৱাৰ কাৰণ কি?
(ক) অসমত বিভিন্ন নদ-নদী থকাৰ বাবে।
(খ) দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।
(গ) ওপৰৰ এটাও নহয়।
Answer: দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।
৩) খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ কৰা হয়?
(ক) জানুৱাৰী মাহত।
(খ) অক্টোবৰ মাহত।
(গ) এপ্ৰিল-মে’ মাহত।
Answer: এপ্ৰিল-মে’ মাহত।
৪) মানুহৰ উপকাৰ সাধন কৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ কি?
(ক) প্ৰাকৃতিক উপাদান।
(খ) অজৈৱিক উপাংশ।
(গ) সম্পদ।
Answer: সম্পদ।
৫) কাৰ্বি আংলং জিলাত কি অৱস্থিত?
(ক) নদ-নদী।
(খ) পাহাৰ।
(গ) জান-জুৰি।
Answer: পাহাৰ।
৬) বাৰিষা কালত অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ কি?
(ক) ভূমিকম্প।
(খ) ভূমিস্থলন।
(গ) বানপানী।
Answer: বানপানী।
৭) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত মানুহৰ প্ৰধান জীৱিকা কি?
(ক) বাঁহ-বেতৰ কাম কৰা।
(খ) কৃষি।
(গ) ৰাস্তা-ঘাট নিৰ্মাণ কৰা।
Answer: কৃষি।
৮) অসৰ বহুতো মানুহ কেনেকুৱা অঞ্চলত বাস কৰে?
(ক) পাহাৰীয়া অঞ্চলত।
(খ) বান অদ্যুষিত অঞ্চলত।
(গ) ওপৰৰ এটাও নহয়।
Answer: বান অদ্যুষিত অঞ্চলত।
৯) কোন দুখন জিলা পাহাৰীয়া ভূ-প্ৰকৃতিৰ?
(ক) নগাওঁ আৰু বঙাইগাওঁ জিলা।
(খ) ভঙাইগাওঁ আৰু চিৰাং জিলা।
(গ) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।
Answer: কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।
১০) পাহাৰীয়া অঞ্চল সাধাৰণতে কেনেকুৱা?
(ক) সমান।
(খ) ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।
(গ) ওপৰৰ এটাও নহয়।
Answer: ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।
১১) মানুহেও সমাজৰ কল্যাণে কাম কৰা আৰ্থিক মূল্য আছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১২) আলু, মূলা, কবি আদি খেতি শৃংখলাবদ্ধ ৰূপত গঢ় লোৱা নাই।
(ক) শুদ্ধ
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৩) বানপানীৰ সৈতে সহাৱস্থানৰ উপায় অৱলম্বন কৰি চলিলে কি হয়?
(ক) হিংশ্ৰ জন্ত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।
(খ) বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।
(গ) ওপৰৰ এটাও নহয়।
Answer: বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।
১৪) জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায়?
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৫) নদী উপত্যকা অঞ্চলতদ জনবসতি কেনেকুৱা?
(ক) ঘন।
(খ) সেৰেঙা।
(গ) ওপৰৰ এটাও নহয়।
Answer: ঘন।
১৬) ৰাস্তা-ঘাট, দলং, বাসগৃহ আদি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৭) দেশত গুণগত আৰু আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে কি হয়?
(ক) সেই দেশ মানৱ সম্পদত চহকী হয়।
(খ) সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।
(গ) ওপৰৰ এটাও নহয়।
Answer: সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।
১৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ঠাই ঠাই কিছু সংখ্যক শিল্প-উদ্যোগ গঢ় লৈছে?
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৯) শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকৈ কিহৰ অধিকাৰী হোৱাটো দৰকাৰ?
(ক) সুস্বাস্থ্য়ৰ।
(খ) এদা সুন্দৰ জীৱনৰ।
(গ) ওপৰৰ এটাও নহয়।
Answer: সুস্বাস্থ্য়ৰ।
২০) মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।