Chapter 3
পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
১) ট্ৰ’প’স্ফিয়েৰৰ ওপৰ স্তৰটোৰ নাম কি?
(ক) মেছ’স্ফিয়েৰ।
(খ) থাৰ্মোস্ফিয়েৰ
(গ) ষ্ট্ৰেট’স্ফিয়েৰ।
Answer: ষ্ট্ৰেট’স্ফিয়েৰ।
২) আয়ন’স্ফিয়েৰৰ ওপৰৰ অংশক কি বুলি কোৱা হয়?
(ক) অজ’ন স্তৰ।
(খ) এক্স’স্ফিয়েৰ।
(গ) ষ্ট্ৰেত’স্ফিয়েৰ।
Answer: এক্স’স্ফিয়েৰ
৩) ভূত্বক ঘাইকই কেইখন ফলকত বিভকি্ত?
(ক) বাৰখন।
(খ) তেৰখন।
(গ) সাতখন।
Answer: সাতখন।
৪) বায়ুমণ্ডল উষ্ণতাৰ প্ৰধান উৎস কি?
(ক) পৃথিৱী।
(খ) চন্দ্ৰ।
(গ) সূৰ্য।
Answer: সূৰ্য।
৫) বায়ুত থকা ওজনৰ হেঁচাক কি বুলি কোৱা হয়?
(ক) বায়ুৰ উষ্ণতা।
(খ) বায়ুৰ চাুপ।
(গ) বায়ুৰ উচ্চতা।
Answer: বায়ুৰ চাুপ।
৬) সূৰ্যৰ ৰশ্মি ভূ-পৃষ্ঠত পৰাক কি বুলি কোৱা হয়?
(ক) উত্তাপ।
(খ) আতপন।
(গ) তাপ।
Answer: আতপন।
৭) উৎপত্তি অনুযায়ী বৰষুণ কেইপ্ৰকাৰৰ?
(ক) ২ প্ৰকাৰৰ।
(খ) ৪ প্ৰকাৰৰ।
(গ) ৭ প্ৰকাৰৰ।
Answer: ৪ প্ৰকাৰৰ।
৮) লু এবিধ স্থানীয় বতাহ।
(ক) শুদ্ধ
(খ) অশুদ্ধ
Answer: শুদ্ধ
৯) মৌছুমী বতাহ এবিধ সাময়িক বতাহ।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১০) জলবায়ুয়ে বাসস্থানৰ ওপৰতো পি্ৰভাৱ পেলায়।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
(গ) ওপৰৰ এটাও নহয়
Answer: শুদ্ধ।
১১) পৃথিৱীৰ অভ্যন্তৰ ভাগ এতিয়াও কি অৱস্থাত আছে?
(ক) উত্তপ্ত।
(খ) অৰ্ধজুলীয়া।
(গ) গলিত।
Answer: উত্তপ্ত।
১২) নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক কি বুলি কোৱা হয়?
(ক) প্ৰাকৃতিক বান্ধ।
(খ) শাখা নদী।
(গ) প্লাৱন ভূমি।
Answer: প্লাৱন ভূমি।
১৩) ভূ-পৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন
(ক) আভ্যন্তৰীণ শক্তি।
(খ) সৌৰশক্তি।
(গ) বাহ্যিক শক্তি।
Answer: বাহ্যিক শক্তি।
১৪) নদীৰ উপত্যকা ইংৰাজী কোনটো আখৰৰ দৰে হয়?
(ক) A
(খ) B
(গ) V
Answer: V
১৫) বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ চালবোৰ কেনেকুৱা?
(ক) ওখ।
(খ) চাপ।
(গ) থিয় বা এঢলীয়া।
Answer: থিয় বা এঢলীয়া।
১৬) ঠাণ্ডা ঠাইৰ মানুহে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে?
(ক) পাটৰ।
(খ) কটনৰ।
(গ) ঊণৰ।
Answer : ঊণৰ।
১৭) নদীৰ কাষে কাষে থকা জলাশয়বোৰক কি বুলি কয়?
(ক) সাগৰ।
(খ) মহাসাগৰ।
(গ) বিল।
Answer: বিল।
১৮) বতাহ কেইপ্ৰকাৰৰ?
(ক) ৫ প্ৰকাৰৰ।
(খ) ৯ প্ৰকাৰৰ।
(গ) ৩ প্ৰকাৰৰ।
Answer: ৩ প্ৰকাৰৰ।
১৯) গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমাৱ কিল’মিটাৰ?
(ক) প্ৰায় ২৫ কিল’মিটাৰ।
(খ) প্ৰায় ১০০ কিল’মিটাৰ
(গ) প্ৰায় ৩৩ কিল’মিটাৰ।
Answer: প্ৰায় ১০০ কিল’মিটাৰ।
২০) ছুনামিয়ে কোনটো অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে?
(ক) মালভূমি।
(খ) সমভূমি।
(গ) উপকুল।
Answer: উপকুল।