Chapter 23
নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
১) নিৰ্বাচনী প্ৰক্ৰিয়া কেইপ্ৰকাৰৰ?
৫ প্ৰকাৰৰ।
৪ প্ৰকাৰৰ।
২ প্ৰকাৰৰ।
Answer: ২ প্ৰকাৰৰ।
২) ভাৰতবৰ্ষত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কি গঠন কৰি দিয়ে?
নীতি আয়োগ।
নিৰ্বাচনী আয়োগ।
ওপৰৰ এটাও নহয়।
Answer: নিৰ্বাচনী আয়োগ।
৩) নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কি আছে?
কিছমান নীতি-নিয়ম।
কিছুমান বিশেষ প্ৰক্ৰিয়া।
ওপৰৰ এটাও নহয়।
Answer: কিছুমান বিশেষ প্ৰক্ৰিয়া।
৪) অসমৰ বিধান সভাৰ সদস্যৰ সংখ্যা কিমান জন?
২৫৬ জন।
১২৬ জন।
৯০ জন।
Answer: ১২৬ জন।
৫) নেতাজনক ৰাজ্যপালে কি গঠন কৰিবলৈ আহ্বান জনায়?
পঞ্চায়ত।
চৰকাৰ।
সমাজ।
Answer: চৰকাৰ।
৬) কাৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন হয়?
প্ৰধানমন্ত্ৰীৰ।
ৰাজ্যপালৰ।
বিধায়কৰ।
Answer: প্ৰধানমন্ত্ৰীৰ।
৭) চৰকাৰ গঠন কৰা দলটোক আমি কি বুলি কওঁ?
শাসক দল।
ছাত্ৰসন্থা দল।
ওপৰৰ এটাও নহয়।
Answer: শাসক দল।
৯) বিৰোধী দলে কি কৰে?
চৰকাৰৰ বিপক্ষে হয়।
সমাজখনৰ অহিত সাধন কৰে।
জনসাধাৰণক সচেতন কৰি আইন প্ৰণয়নত সহায় কৰে।
Answer: জনসাধাৰণক সচেতন কৰি আইন প্ৰণয়নত সহায় কৰে।
১০) মুখ্য নিৰ্বাচনী আয়োক্তজনক কোনে নিয়োগ কৰে?
প্ৰধানমন্ত্ৰীয়ে।
ৰাষ্ট্ৰপতিয়ে।
ৰাজ্যপালে।
Answer: ৰাষ্ট্ৰপতিয়ে।
১১) কাৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰী পৰিষদ গঠন হয়?
স্বাস্থ্য মন্ত্ৰীৰ নেতৃত্বত।
কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত।
মুখ্যম্নত্ৰীৰ নেতৃত্বত।
Answer: মুখ্যম্নত্ৰীৰ নেতৃত্বত।
১২) ৰাজ্যচৰকাৰৰ কাৰ্যকাল কিমান বছৰৰ বাবে সীমিত?
পাঁচবছৰৰ বাবে সীমিত।
সাতবছৰৰ বাবে সীমিত।
ওপৰৰ এটাও নহয়।
Answer: পাঁচবছৰৰ বাবে সীমিত।
১৩) নিৰ্বাচনী আয়োগৰ নীতি-নিৰ্দেশনাবোৰ কঠোৰ নহয়।
শুদ্ধ।
অশুদ্ধ।
Answer: অশুদ্ধ।
১৪) ভাৰতবৰ্ষত কিমান বছৰ বয়সৰ ওপৰৰ সকলো নাগৰিকে ভোটাধিকাৰ সাৰ্যস্ত কৰিব পাৰে?
২০
১৪
১৮
Answer: ১৮
১৫) অসম গণ পৰিষদ হৈছে আঞ্চলিক দলসমূহৰ ভিতৰৰ এটা দল।
শুদ্ধ।
অশুদ্ধ।
Answer; শুদ্ধ।
১৬) গোপীনাথ বৰদলৈ কিমান চনৰ পৰা কিমান চনলৈ মূখ্যমন্ত্ৰী শাসন কৰিছিল?
১৯৪৪-১৯৫৪ লৈকে।
১৯৫৩-১৯৮৩ লৈকে।
১৯৪৬-১৯৫০ লৈকে।
Answer: ১৯৪৬-১৯৫০ লৈকে।
১৭) ১৯৫০-১৯৫৭ লৈকে শাসন কৰা মুখ্যম্ত্ৰীজনৰ নাম কি?
শৰৎ সিংহ।
গোলাপ বৰবৰা।
বিষ্ণুৰাম মেধি।
Answer: বিষ্ণুৰাম মেধি।
১৮) এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে কি অপৰিহাৰ্য?
জনসাধাৰণ।
নিৰ্বাচন।
ওপৰৰ এটাও নহয়।
Answer: নিৰ্বাচন।
১৯) ৰাজনৈতিক দল কেইধৰণৰ?
৪ ধৰণৰ।
৫ ধৰণৰ।
২ ধৰণৰ।
Answer: ২ ধৰণৰ।
২০) লোকসভাৰ সদস্যসকলক কোনে ভোট দি নিৰ্বাচিত কৰে?
জনসাধাৰণে।
চহৰ অ়্চলৰ লোকসকলে।
ওপৰৰ এটাও নহয়।
Answer: জনসাধাৰণে।