Chapter 19
পৰিকল্পনা, বাজেট আৰু উন্নয়ন
১) পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কাক কোৱা হয়?
৫ ৱছৰলৈ মনত পুহি ৰখা সপোনক।
আমাৰ দেশত সাধাৰণে পাঁচ বছৰলৈ পৰিকল্পনা প্ৰস্তুত কৰা হয়।
ওপৰৰ এটাও নহয়।
Answer: আমাৰ দেশত সাধাৰণে পাঁচ বছৰলৈ পৰিকল্পনা প্ৰস্তুত কৰা হয়।
২) আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল?
২০৭ চনত।
২০১৪ চনত।
২০১২ চনত।
Answer: ২০১২ চনত।
৩) কাৰ মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্ৰস্তুত কৰে?
চৰকাৰৰ মতে।
পৰিকল্পনাৰ মতে।
ওপৰৰ এটাও নহয়।
Answer: পৰিকল্পনাৰ মতে।
৪) নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কেনেকুৱা হ’ব লাগে।
এলেহুৱা।
কাৰ্যক্ষম।
অধৈৰ্য্য।
Answer: কাৰ্যক্ষম।
৫) কল্যাণমূলক কাম-কাজসমূহ ভালদৰে ৰূপায়িত কৰিবলৈ চৰকাৰে কি প্ৰস্তুত কৰে?
কিছুমান উন্নয়নমূলক আচনি।
পৰিকল্পনা আৰু বাজেট।
ওপৰৰ এটাও নহয়।
Answer: পৰিকল্পনা আৰু বাজেট।
৬) কিমান চনৰ পৰাই আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী হয়?
১৯৫১ চনৰ পৰাই।
২০২৭ চনৰ পৰাই।
২০০০ চনৰ পৰাই।
Answer: ১৯৫১ চনৰ পৰাই।
৭) চৰকাৰে বিভিন্ন কৰ-কাটলৰ ব্যৱস্থাও কৰে।
শু্দ্ধ।
অশুদ্ধ।
Answer: শু্দ্ধ।
৮) পৰিকল্পনাৰ উদ্দেশ্য কি?
উঠি অহা নৱপ্ৰজন্মক আগুৱাই নিয়া।
জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰি দেশখনক সমৃদ্ধিৰ পথত আগুৱাই নিয়া।
ওপৰৰ এটাও নহয়।
Answer: জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰি দেশখনক সমৃদ্ধিৰ পথত আগুৱাই নিয়া।
৯) বাৰ্ষিক পৰিকল্পনা কাক বোলে?
বছৰটোৰ ভিতৰত কৰিবলগীয়া কামৰ পৰিকল্পনাক।
এবছৰৰ অন্তৰালত কৰা পৰিকল্পনাক।
ওপৰৰ এটাও নহয়।
Answer: এবছৰৰ অন্তৰালত কৰা পৰিকল্পনাক।
১০) চৰকাৰে কৰা কাম-কাজত কি প্ৰাধান্য থাকে?
কল্যাণমূলক কামবোৰ।
আঁচনিসমূহ।
ওপৰৰ এটাও নহয়।
Answer: কল্যাণমূলক কামবোৰ।
১১) আয় বৃদ্ধি নহ’লে দেশে কল্যাণমূলক কামবোৰত অধিক ব্য়য় কৰিব পাৰে।
শুদ্ধ।
অশুদ্ধ।
Answer: অশুদ্ধ।
১২) নীতি আয়োগৰ অধ্যক্ষ কোন?
প্ৰধানমন্ত্ৰী।
মূখ্যমন্ত্ৰী।
কেন্দ্ৰীয় মন্ত্ৰী।
Answer: প্ৰধানমন্ত্ৰী।
১৩) উপাৰ্জনৰ বুজদন অংশ কৃষি ক’ৰ পৰা উপলদ্ধ হয়?
উদ্যোগ আৰু সেৱাৰ পৰা।
পৰিকল্পনাৰ পৰা।
ওপৰৰ এটাো নহয়।
Answer: উদ্যোগ আৰু সেৱাৰ পৰা।
১৪) সঞ্চয় বাঢ়িলে কি বাঢ়ে?
বিনিয়োগ।
বাজেট।
ওপৰৰ এটাও নহয়।
Answer: বিনিয়োগ।
১৫) উৎপাদন বৃদ্ধিৰ বাবে কাক কাৰ্ষক্ষম কৰি তোলাটো নিতান্তই প্ৰয়োজন?
দেশৰ জনসাধাৰণক।
দুখীয়া শ্ৰেণীৰ লোকক।
ওপৰৰ এটাও নহয়।
Answer: দুখীয়া শ্ৰেণীৰ লোকক।
১৬) আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত সমাপ্ত হয়?
২০১৬ চনত।
২০২০ চনত।
২০১৭ চনত।
Answer: ২০১৭ চনত।
১৭) দেশৰ প্ৰগতিৰ বাবে চৰকাৰে কি গঢ়াত যথেষ্ট গুৰুত্ব দিছে?
মানৱ সম্পদ।
মানৱ সৃষ্টসম্পদ।
জৈৱিক সম্পদ।
Answer: মানৱ সৃষ্টসম্পদ।
১৮) প্ৰত্যকটো পৰিয়ালৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ কি থাকে?
পৰিকল্পনা।
সপোন।
ওপৰৰ এটাও নহয়।
Answer: পৰিকল্পনা।
১৯) পৰিয়ালৰ লগতে দেশৰ আৰ্থিক উন্নতিৰ সোপান কি?
কৃপণালী।
ধোৱাসলীয়া।
মিতব্যয়িতা।
Answer: মিতব্যয়িতা।
২০) সঞ্চয়ে বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানক ধাৰলৈ দি চৰকাৰে কি আদায় কৰে?
সুদ।
জনসাধাৰণৰ পৰা মৰম-ভালপোৱা।
ওপৰৰ এটাও নহয়।
Answer: সুদ।