Chapter 18
আমাৰ চৌপাশৰ বজাৰ
১) বিনিময় প্ৰথা কি?
এজনে আনজনৰ লগত ভাতৃত্ববোধ সম্পৰ্ক ৰখা।
সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।
ওপৰৰ এটাও নহয়।
Answer: সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।
২) খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰীবোৰ কি কৰে?
আদান-প্ৰদান কৰে।
ক্ৰয় কৰে।
সলনি কৰে।
Answer: ক্ৰয় কৰে।
৩) পাইকাৰী বিক্ৰেতাই কেনেকুৱা সামগ্ৰী একেলগে সৰহসংখ্যক কিনে?
বেলেগ ধৰণৰ।
একেধৰণৰ।
অধিক মূল্য দি আনিব লগা সামগ্ৰী।
Answer: একেধৰণৰ।
৪) মুদ্ৰা কাক কোৱা হয়?
বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা কোনো এটা নিৰ্দিষ্ট বস্তুক মুদ্ৰা বুলি কোৱা হয়।
তামৰ বস্তুক মুদ্ৰা বোলা হয়।
ওপৰৰ এটাও নহয়।
Answer: বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা কোনো এটা নিৰ্দিষ্ট বস্তুক মুদ্ৰা বুলি কোৱা হয়।
৫) বস্তুৰ পাইকাৰী দাম খুচুৰা দামতকৈ কম হয়।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
৬) খুচুৰা বজাৰ কাক বোলে?
বস্তু বিক্ৰী কৰাকে খুচুৰা বজাৰ বোলে।
খুচুৰা ব্যৱসায়ীয়ে য’ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলে।
ওপৰৰ এটাও নহয়।
Answer: খুচুৰা ব্যৱসায়ীয়ে য’ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলে।
৭) ক্ৰয় দামতকৈ বিক্ৰয় দাম বেছি হ’লে লাভ হয়।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
৮) উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত কোন থাকে?
পাইকাৰী আৰু খুচুৰা ব্যসায়ীসকল থাকে।
বস্তুৰ পাইকাৰী দাম।
ওপৰৰ এটাও নহয়।
Answer: পাইকাৰী আৰু খুচুৰা ব্যসায়ীসকল থাকে।
৯) চাহ বাগিচাৰ মজদূৰ সকলৰ বেতনৰ দিনা বহা বজাৰখনক কি বুলি কোৱা হয়?
দৈনিক বজাৰ।
পষেকীয়া বজাৰ।
ওপৰৰ এটাও নহয়।
Answer: পষেকীয়া বজাৰ।
১০) ব্যৱসায়ীসকলৰ মুূল লক্ষ্য কি?
এটা সুন্দৰ জীৱন নিৰ্বাহ কৰা।
লাভ অৰ্জন কৰি জাীৱন নিৰ্বাহ কৰা।
ওপৰৰ এটাও নহয়।
Answer: লাভ অৰ্জন কৰি জাীৱন নিৰ্বাহ কৰা।
১১) দৈনিক বজাৰ সপ্তাহটোৰ কিমানটা দিনত খোলা থাকে?
৭ টা দিনাত খোলা থাকে।
১৫ টা দিনত খোলা থাকে।
প্ৰায়ভাগ দিনত খোলা থাকে।
Answer: প্ৰায়ভাগ দিনত খোলা থাকে।
১২) দৈনিক বজাৰক সাধাৰণে কিবিধৰ বজাৰ বুলি কোৱা হয়?
অস্থায়ী বজাৰ।
পাইকাৰী বজাৰ।
স্থায়ী বজাৰ।
Answer: স্থায়ী বজাৰ।
১৩) বজাৰবিলাক কাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত?
পৰিৱেশৰ লগত।
জীৱ-জন্তুৰ লগত।
মানুহৰ দৈন্দনিক জীৱনৰ লগত।
Answer: মানুহৰ দৈন্দনিক জীৱনৰ লগত।
১৪) সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ সপ্তাহৰ কোনকেইটা বাৰত বহে?
মঙলবাৰ আৰু বৃহস্পতিবাৰে বহে।
সপ্তাহটোৰ যিকোনো দুটা বাৰত বহে।
শুক্ৰ বা আৰু দেওবাৰে বহে।
Answer: সপ্তাহটোৰ যিকোনো দুটা বাৰত বহে।
১৫) সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰক কি বুলি কোৱা হয়?
হাট।
শ্বপিং মল।
শ্বপিং কমপ্লেক্স।
Answer: হাট।
১৬) দোকানৰ পৰা ক্ৰয় লকৰা কসামগ্ৰীসমূহ ক’ত উৎপাদন হয়?
কাৰাখানত।
খেতিপথাৰত।
ওপৰৰ এটাও নহয়।
Answer: কাৰাখানত।
১৭) একেবিধ বস্তুৰ দাম স্থান, মান আৰু লকাল ভেদে বেলেগ বেলেগ হ’ব নোৱাৰে।
শুদ্ধ।
অশুদ্ধ
Answer: অশুদ্ধ
১৮) স্থায়ী বজাৰৰ দোকান-পোহাৰ বিলাক ক’ত বহে?
পথাৰত।
স্থায়ী ঘৰত।
নিজান ঠাইত।
Answer: স্থায়ী ঘৰত।
১৯) খুচুৰা বিক্ৰেতা বা ফেৰিৱালাবোৰে পাৰইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
২০) বজাৰৰ পূৰণি ব্যৱস্থা কি?
বিনিময় প্ৰথা।
মুদ্ৰা মাধ্যম।
ওপৰৰ এটাও নহয়।
Answer: বিনিময় প্ৰথা।