Chapter 17
ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান
১) ভাৰতত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
হুমায়ুন।
আকবৰ।
বাবৰ।
Answer: বাবৰ।
২) মোগল সম্ৰাটসকলৰ বেছি ভাগেই ৰাজনীতিৰ লগত একাকাৰ কৰা না
সাহিত্য়ক।
ধৰ্মক ।
ওপৰৰ এটাও নহয়।
Answer: ধৰ্মক ।
৩) মোগল শাসনৰ সময়ত কি আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিস্তাৰ লাভ কৰিছিল?
ভাৰত ত্যাগ আন্দোলনে।
অসহযোগ আন্দোলনে।
ভক্তি আন্দোলনে।
Answer: ভক্তি আন্দোলনে।
৪) তানসেন কোন আছিল?
তানসেন এগৰাকী নৃত্যকাৰ আছিল।
তানসেন এগৰাকী ৰাজনীতিবিদ্ আছিল।
তানসেন আকবৰৰ ৰাজসভাৰ এগৰাকী গায়ক আচিল।
Answer: তানসেন আকবৰৰ ৰাজসভাৰ এগৰাকী গায়ক আচিল।
৫) আকবৰে তেওংৰ ধৰ্মৰ প্ৰতি থকা অনুলসন্ধিৎসা কৰিবৰ বাবে কি নিৰ্মাণ কৰিছিল?
গিৰ্জাঘৰ।
মন্দিৰ।
ইবাদখানা।
Answer: ইবাদখানা।
৬) ভক্তিবাদ আচু চুফিবাদ মোগল শাসনৰ কি আছিল?
এক আচৰিত তথ্য।
এক উল্লেখযোগ্য দিশ।
ওপৰৰ এটাও নহয়।
Answer: এক উল্লেখযোগ্য দিশ।
৭) মোগল যুগ শেষৰফালে পাৰ্ছীৰ ঠাইত কি ভাষাই লাহে লাহে গা কৰি উঠিছিল?
হিন্দী ভাই।
কাৰ্বি ভাষাই।
উৰ্দু ভাষাই।
Answer: উৰ্দু ভাষাই।
৮) আকবৰে তানসেক কি বুলি স্বীকৃতি দিছিল?
এজন ৰাক্ষহ বুলি স্বীকৃতি দিছিল।
এজন ভদ্ৰ লোক বুলি সবীকৃতি দিছিল।
সেই যুগৰ শ্ৰেষ্ঠ গায়ক বুলি স্বীকৃতি দিছিল।
Answer: সেই যুগৰ শ্ৰেষ্ঠ গায়ক বুলি স্বীকৃতি দিছিল।
৯) আকবৰ কেনেকৈা মোহিত হৈছিল?
সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি।
এগৰাকী মোহময়ী নাৰীক দেখি।
ওপৰৰ এটাও নহয়।
Answer: সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি।
১০) অতীজৰে পৰা ভাৰতত কিহে সমাদৰ লাভ কৰি আহিছে?
নৃত্যই।
সংগীতে।
ইতিহাসে।
Answer: সংগীতে।
১১) হুমায়ুনে পাৰস্যৰ পৰা ভাৰতলৈ কি লৈ আহিছিল?
দুজন সাহিত্য়িক।
চাৰিজন গীতিকাৰ।
দুজন চিত্ৰশিল্পী।
Answer: দুজন চিত্ৰশিল্পী।
১২) চিত্ৰশিল্প তদাৰক কৰিবলৈ আকবৰে কি সৃষ্টি কৰিছিল?
চিত্ৰ অংকণ কৰা গৃহ নিৰ্মাণ কৰিছিল।
এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল।
ওপৰৰ এটাও নহয়।
Answer: এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল।
১৩) নিৰ্মাতা হিচাপে ছাহজাহানে ভাৰতৰ স্থাপত্য শিল্প জগতত কিহৰ অধিকাৰী হৈছিল?
এক সুকীয়া স্থানৰ।
সাহিত্যিকৰ।
ওপৰৰ এটাও নহয়।
Answer: এক সুকীয়া স্থানৰ।
১৪) কাৰ শাসন কালত মোগল চিত্ৰকলাই চৰম উৎকৰ্য সাধন কৰিছিল?
ঔৰংগজেৱৰ শাসনকালত।
হুনমায়ুনৰ শাসনকালত।
জাহাংগীৰৰ শাসনকালত।
Answer: জাহাংগীৰৰ শাসনকালত।
১৫) উৰ্দু কবিসকলক কি বুলি কোৱা হৈছিল?
সাহিত্যিক।
মুচায়েৰা।
ওপৰৰ এটাও নহয়।
Answer; মুচায়েৰা।
১৬) বাবৰৰ পুত্ৰ হুমায়ুন এগৰাকী চিত্ৰপ্ৰেমী নাছিল।
শুদ্ধ।
অশুদ্ধ।
Answer: অশুদ্ধ।
১৭) মোগলসকলৰ দিনত সাহিত্যৰো উত্তৰণ ঘটিছিল।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
১৮) গুলবদন বেগম, জেবুন্নিছা আৰু জাহানাৰাই কি কৰিছিল?
সাহিত্য চৰ্ৰ্চা কৰিছিল ।
পাৰ্ছী সাহিত্যলৈ অৱদান আগবঢ়াইছিল।
ওপৰৰ এটাও নহয়।
Answer; পাৰ্ছী সাহিত্যলৈ অৱদান আগবঢ়াইছিল।
১৯) মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহত অংশৰ পৃষ্ঠপোষক কোন আছিল?
মহম্মগ ঘোৰী।
ছাহজাহান।
ওপৰৰ এটাও নহয়।
Answer: ছাহজাহান।
২০) কোনজন সম্ৰাটৰ পিছৰ পৰা মোগল স্থাপত্য শিল্পৰ গৌৰৱোজ্জবল যুগৰ অৱসান ঘটে?
বাবৰ।
ছাহজাহান।
ওপৰৰ এটাও নহয়।
Answer: ছাহজাহান।