Chapter 16
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
১) কিমান খ্ৰীঃত ছেৰছাহৰ জন্ম হৈছিল?
১৪৭৪ খ্ৰীঃত।
১৪৭২ খ্ৰীঃত।
১৩৪৯ খ্ৰীঃত।
Answer: ১৪৭২ খ্ৰীঃত।
২) ভাৰতলৈ অহাৰ আগত বাবৰে ক’ত নিজৰ সাম্ৰাজ্য স্থাপন কৰিছিল?
গুজৰাটত।
কাবুলত।
ওপৰৰ এটাও নহয়।
Answer: কাবুলত।
৩) ছেৰছাহে দিল্লীত কি বংশ প্ৰতিষ্ঠা কৰে?
দাস বংশ।
লোডী বংশ।
শূৰবংশ।
Answer: শূৰবংশ।
৪) বৰ্তমান ভাৰতৰ শাসন ব্যৱস্থাত মোগল শাসন ব্যৱস্থাৰ কিছু প্ৰভাৱ পৰা দেখা যায়।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
৫) ছেৰছাহৰ শাসন ব্যৱস্থা ভাৰতৰ ইতিহাসত এক অউল্লেখনীয় অধ্যায়।
শুদ্ধ।
অশুদ্ধ।
Answer: অশুদ্ধ।
৬) পালাজ কি?
এবিধ ৰবি শস্য।
যি বিলাক মাটিত প্ৰতিবছৰে খেতি হয়।
ওপৰৰ এটাও নহয়।
Answer: যি বিলাক মাটিত প্ৰতিবছৰে খেতি হয়।
৭) আকবৰৰ পূৰ্বৰ সম্ৰাটসকলৰ দিনত কি প্ৰথাৰ প্ৰচলন আছিল?
জায়গীৰ প্ৰথা।
মনচবদাৰী প্ৰথা।
চাৰি বৰ্ণ প্ৰথা।
Answer: জায়গীৰ প্ৰথা।
৮) ঔৰংগজেৱে কোনখন ৰাজ্যক মোগলৰ অধীন অধীন কৰিবলৈ বিচাৰিছিল?
ত্ৰিপুৰা।
মণিপুৰ।
অসম।
Answer: অসম।
৯) অসংখ্য মনচবদাৰ সৃষ্টি হোৱাৰ ফলত কাৰ জনসংখ্যা কমি গৈছিল?
সৰ্বসাধাৰণ লোকৰ।
জায়গীৰৰ।
ওপৰৰ এটাও নহয়।
Answer: জায়গীৰৰ।
১০) মোগল সকলৰ ৰাজত্বকালত মাটিৰ গৰাকী কোন আছিল?
জনসাদাৰ
কৃষকসকল।
সম্ৰ্ৰাটসকল।
Answer: সম্ৰ্ৰাটসকল।
১১) কিমান খ্ৰীঃত ঔৰংগজেৱৰ মৃত্যু হৈছিল?
১৭০৭ খ্ৰীঃত।
১৩৪৫ খ্ৰীঃত।
১৬৭৯ খ্ৰীঃত।
Answer: ১৭০৭ খ্ৰীঃত।
১২) মনচবদাৰসকলে পাবলগীয়া পাৰিতোষিক পোৱাত কিহৰ সৃষ্টি হৈছিল?
আনন্দৰ।
সমস্যাৰ।
ওপৰৰ এটাও নহয়,।
Answer: সমস্যাৰ।
১৩) ছেৰছাহে কিমান বছৰ ৰাজত্ব কৰিছিল?
১৩ বছৰ।
৫ বছৰ।
৩০ বছৰ।
Answer: ৫ বছৰ।
১৪) বাবৰে স্থাপন কৰা মোগল সাম্ৰাজ্যৰ ভেটি কোনে সুদৃঢ় কৰিছিল?
হুমায়ুনে।
আকবৰে।
চাহজাহানে।
Answer: আকবৰে।
১৫) ক’ত ছেৰছাহৰ জন্ম হৈছিল?
নালাগেণ্ডত।
পঞ্জাৱত।
কানাডাত।
Answer: পঞ্জাৱত।
১৬) মোগল শাসন ব্যৱস্থাত সমাজত কিমান শ্ৰেণীৰ লোক আছিল?
৪ শ্ৰেণীৰ।
২ শ্ৰেণীৰ।
৩ শ্ৰেণীৰ।
Answer: ৩ শ্ৰেণীৰ।
১৭) মোগল সম্ৰাট সকলৰ শাসন ব্যৱস্থাৰ কিছুমান কি আছিল?
ৰহস্য।
বিশেষ বৈশিষ্ট্য।
ওপৰৰ এটাও নহয়।
Answer: বিশেষ বৈশিষ্ট্য।
১৮) ভাৰতবৰ্ষত চুলতানী আমোলৰ সময়ছোৱা কিমানৰ পৰা কিমানলৈ আছিল?
১২০৬ খ্ৰীঃৰ পৰা ১৫২৮ খ্ৰীঃলৈ।
১৫৪৫ খ্ৰীঃৰ পৰা ১৮৭৪ খ্ৰীঃলৈ।
১২০৬ খ্ৰীঃৰ পৰা ১৫২৬ খ্ৰীঃলৈ।
Answer: ১২০৬ খ্ৰীঃৰ পৰা ১৫২৬ খ্ৰীঃলৈ।
১৯) ঔৰংগজেৱৰ শাসন কালত কোন হাৰাশাস্তিৰ সন্মুখীন হৈছিল?
কৃষকসকল।
ৰাজমিস্ত্ৰীসকল।
ওপৰৰ এটাও নহয়।
Answer: কৃষকসকল।
২০) একোটা মনচবত তকিমানৰ পৰা কিমান সৈন্য আছিল?
২০ ৰ পৰা ৩৪ হাজাৰ।
৩৫ ৰ পৰা ৮০ লাখ।
১০ ৰ পৰা ১০ হাজাৰ।
Answer: ১০ ৰ পৰা ১০ হাজাৰ।