Chapter 8
বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
১। কিমান চনত উৰিষ্য়াত দ্বিতীয়টো ঘূৰ্ণিবতাহ আহিছীল?
(ক) ২০০০
(খ) ১৯৯৯
(গ) ১৭৮৯
Answer: ১৯৯৯
২। উৰিষ্য়াত অহা প্ৰথটো ঘূৰ্ণিবতাহে কিমান মানুহক গৃহহীন কৰিছিল?
(ক) ১, ০০, ০০০
(খ)১০, ০০০
(গ) ৭, ০০, ০০০
Answer: ৭, ০০, ০০০
৩। ঘূৰ্ণিবতাহ পিছতে কিমান মি. ওখ পানীৰ ঢৌ আহিছিল?
(ক) ১২
(খ)৭
(গ) ৯
Answer: ৯
৪। গতি কৰি থকা বায়ুক কি বোলে?
(ক) বতাহ
(খ)জলবায়ু
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: বতাহ
৫। বায়ু দেখা পোৱা যায় নে?
(ক) যায়
(খ)নাযায়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাযায়
৬। চুনামী কিহৰ ফলত হয়?
(ক) বতাহৰ ফলত
(খ)ভূমিকম্পৰ ফলত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: ভূমিকম্পৰ ফলত
৭। বায়ু কি অঞ্চলৰ পৰা কি অঞ্চললৈ বয়?
(ক) গৰম অঞ্চলৰ পৰা শীতল অঞ্চললৈ
(খ)উচ্চ চাপৰ পৰা নিম্ন চাপলৈ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: উচ্চ চাপৰ পৰা নিম্ন চাপলৈ
৮। বায়ুৰ চাপ বাঢ়িগৈ থাকিলে বায়ুৰ গতি বৃদ্ধি হয় নে নহয়?
(ক) নহয়
(খ)হয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: হয়
৯। গৰম বায়ু ঠাণ্ডা বায়ুুতকৈ কি?
(ক) পাতল
(খ)দাথ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাতল
১০। বিষুৱৰ নিকটৱৰ্তি অঞ্চল বোৰৰ বায়ু কেনেকুৱা হয়?
(ক) শীতল
(খ)উত্তাপ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: উত্তাপ
১১। স্থলভাগ হ’ল?
(ক) বায়ু
(খ)পানী
(গ) মাটি
Answer: মাটি
১২। জলভাগ হ’ল?
(ক) পানী
(খ)মাটি
(গ) বায়ু
Answer; পানী
১৩। পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা?
(ক) ২ টা
(খ)১ টা
৪ টা
Answer: ৪ টা
১৪। প্ৰধান প্ৰাকৃতিক উপাদান কেইটা?
(ক) ২ টা
(খ)৫ টা
(গ) ৩ টা
Answer: ৩ টা
১৫। জলজমণ্ডলক কেইটা স্তৰত ভাগ কৰা হৈছে?
(ক) ৬ টা
(খ)২ টা
(গ) ৪ টা
Answer; ২ টা
১৬। বায়ুত নাইট্ৰ’জেনৰ পৰিমাণ কিমান?
(ক) ৮৮%
(খ)3%
(গ) 78%
Answer: 78%
১৭।বায়ুত অক্সিজেনৰ পৰিমাণ কিমান?
(ক) ২১%
(খ)1%
(গ) 8%
Answer: ২১%
১৮। বায়ুত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ কিমান?
(ক) ২%
(খ)10%
(গ) 1%
Answer: 1%
১৯। ঋতুৰ ইংৰাজী শব্দ হ’ল?
(ক) মৌচম
(খ)সূচক
(গ) অম্ল
Answer: মৌচম
২০। আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে নে নকৰে?
(ক) নকৰে
(খ)কৰে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: কৰে