Chapter 2
প্ৰাণীৰ পৰিপুষ্টি
১। উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰে?
স্বপোষণ প্ৰক্ৰিয়া
সালোকসংশ্লেষণ প্ৰক্ৰিয়া
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সালোকসংশ্লেষণ প্ৰক্ৰিয়া
২। কাৰ্ব’হাইড্ৰেটৰ নিচিনা খাদ্য়ৰ উপাদানবোৰ প্ৰকৃততে কি দ্ৰব্য়?
সৰল দ্ৰব্য়
পোষকীয় দ্ৰব্য়
জটিল দ্ৰব্য়
Answer: জটিল দ্ৰব্য়
৩। অজগৰ সাপে চিকাৰক কি দৰে খায়?
চোবাই খাই
গিলি খাই
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গিলি খাই
৪। কিছুমান জলজ প্ৰাণীয়ে ভাহিঁ থকা ক্ষুদ্ৰ খাদ্য় কণিকাবোৰক কেনেদৰে ভক্ষণ কৰে?
চোবাই
ছেকি
গিলি
Answer: ছেকি
৫। খাদ্য়নলী আৰু সহযোগী গ্ৰন্থিবোৰ একেগলে লগ হৈ কি তন্ত্ৰ গঠিত হৈছে?
ক্ষুদ্ৰাতন্ত্ৰ
বৃহদন্ত্ৰ
পাচনতন্ত্ৰ
Answer; পাচনতন্ত্ৰ
৬। খাদ্য় গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক কি বোলে?
মুখ গহ্বৰ
অন্তঃগ্ৰহণ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অন্তঃগ্ৰহণ
৭। দাঁত বোৰ কিমান বছৰৰ বয়সত সৰি যায়?
১০ৰ পৰা ১২ৰ বছৰৰ বয়সত
৫ৰ পৰা ৬ বছৰৰ বয়সত
৬ৰ পৰা ৮ বছৰৰ বয়সত
Answer; ৬ৰ পৰা ৮ বছৰৰ বয়সত
৮। গাখীৰৰ দাঁত সৰি যোৱাৰ পিছত গজা দাঁতক কি বোলে?
ছেদক দাঁত
স্থায়ী দাঁত
ইয়াৰ ভিতৰত এটাও নহয়
Answer; স্থায়ী দাঁত
৯। দাঁত ক্ষয় হোৱা প্ৰধান কাৰণ কি?
মিঠাই জাতীয় সামগ্ৰী
নিমস জাতীয় সামগ্ৰী
ইয়াৰ ভিতৰত এটাও নহয়
Answer; মিঠাই জাতীয় সামগ্ৰী
১০। গিলা খাদ্য় বোৰ কি নলীৰে পাৰ হৈ যায়?
গ্ৰাসনলীৰে বা গ্ৰসিকা নলীৰে
ক্ষুদ্ৰন্ত্ৰ নলীৰে
বৃহদন্ত্ৰ নলীৰে
Answer; গ্ৰাসনলীৰে বা গ্ৰসিকা নলীৰে
১১। পাকস্থলীৰ আকৃতি কেনেকুৱা?
চেপেটা A টোৰ দৰে
চেপেটা V টোৰ দৰে
চেপেটা U টোৰ দৰে
Answer: চেপেটা U টোৰ দৰে
১২। খাদ্য় নলীৰ আটাইতকৈ বহল অংশ টোৰ নাম কি?
হাওঁফাওঁ
পাকস্থলী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাকস্থলী
১৩। গৰুৰ পাকস্থলীৰ পৃথক অংশক কি বোলে?
শোষণ
ৰোমন্থ
ছিকাম
Answer: ৰোমন্থ
১৪। ডায়েৰীয়া আন এটা নাম কি?
বিষক্ৰিয়া
পেটচলা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পেটচলা
১৫। এমিবাই কি খাদ্য় খাই জীয়াই থাকে?
বেক্টেৰিয়া
অণুজীৱ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অণুজীৱ
১৬। এমিবাই খাদ্য় সিনি পাছত ক’ত সোমাই পৰে?
পাকস্থলীত
কুটপদত
খাদ্য় ৰিক্তিকাত
Answer; খাদ্য় ৰিক্তিকাত
১৭। আমাৰ দেহত শক্তি যোগান ধৰা উপাদান বিধ হ’ল?
ভিটামিন আৰু খনিজ লৱন
কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থ
১৮। আমাৰ শৰীৰে সূৰ্যৰ পোহৰত কি ভিটামিন প্ৰস্তুত কৰে?
ভিটামিন K
ভিটামিন E
ভিটামিন D
Answer: ভিটামিন D
১৯। ভিটামিন Dৰ অভাৱত কি বেমাৰ হয়?
স্কাৰ্ভি
ৰিকেট
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰিকেট
২০। ভিটামিন Bৰ অভাৱত কি বেমাৰ হয়?
দৃষ্টি কমি যোৱা
গৰল
বেৰিবেৰি
Answer; বেৰিবেৰি